AAP Tezpur

AAP Tezpur This is the officially page of AAP, Tezpur. Ignore other pages doing rounds in the name of Aam Aadmi Party here at Tezpur!

ৰাজনীতিত ভাল মানুহৰ প্ৰয়োজন৷ দেশ - ৰাজ্যৰ শাসন ব্যৱস্থা কলুষিত হৈছে লেতেৰা ৰাজনীতিৰ বাবে৷ আম আদমি পাৰ্টীত যোগদান কৰি আহক...
18/02/2025

ৰাজনীতিত ভাল মানুহৰ প্ৰয়োজন৷ দেশ - ৰাজ্যৰ শাসন ব্যৱস্থা কলুষিত হৈছে লেতেৰা ৰাজনীতিৰ বাবে৷ আম আদমি পাৰ্টীত যোগদান কৰি আহক ৰাজনীতি সলনি কৰোঁ৷

https://aapassam.in/join

ৰাইজে বাৰুকৈয়ে গম পালে কংগ্ৰেছৰ  #একনায়কত্ববাদ
24/10/2024

ৰাইজে বাৰুকৈয়ে গম পালে কংগ্ৰেছৰ #একনায়কত্ববাদ

03/06/2024
দিল্লীৰ মুখ্যমন্ত্ৰী জননেতা 'অৰবিন্দ কেজৰিৱাল' ডাঙৰীয়াক আগন্তুক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ। ...
10/05/2024

দিল্লীৰ মুখ্যমন্ত্ৰী জননেতা 'অৰবিন্দ কেজৰিৱাল' ডাঙৰীয়াক আগন্তুক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ। 🥰

আপৰ সংবাদ।
29/04/2024

আপৰ সংবাদ।

বিজেপি চৰকাৰে ভাৰতক গণতন্ত্ৰৰ সলনি এখন একনায়কত্ববাদী দেশলৈ ৰূপান্তৰ কৰি আছে। অৰবিন্দ কেজৰিৱালৰ দৰে বিৰোধীৰ সবল নেতাসকলে ...
27/04/2024

বিজেপি চৰকাৰে ভাৰতক গণতন্ত্ৰৰ সলনি এখন একনায়কত্ববাদী দেশলৈ ৰূপান্তৰ কৰি আছে। অৰবিন্দ কেজৰিৱালৰ দৰে বিৰোধীৰ সবল নেতাসকলে ৰাইজৰ প্ৰশ্নসমূহ উত্থাপন কৰাৰ বাবে বিজেপিয়ে তেওঁলোকক ভয়তে কাৰাগাৰত বন্দী কৰি ৰাখিছে। এই বন্দীত্ব গণতন্ত্ৰৰ বন্দীত্ব।

#অসমতো_কেজৰিৱাল

প্ৰকৃত পৰিৱৰ্তনৰে প্ৰগতিৰ বাবে সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰক 🙏
19/04/2024

প্ৰকৃত পৰিৱৰ্তনৰে প্ৰগতিৰ বাবে সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰক 🙏

শোণিতপুৰ সংসদীয় সমষ্টিৰ প্ৰগতিৰ বাবে ৰাইজৰ আশীষ আৰু সঁহাৰি বিচাৰিছোঁ 🙏
16/04/2024

শোণিতপুৰ সংসদীয় সমষ্টিৰ প্ৰগতিৰ বাবে ৰাইজৰ আশীষ আৰু সঁহাৰি বিচাৰিছোঁ 🙏

*শোণিতপুৰ লোকসভাৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌন্দিণ্য ডাঙৰীয়াৰ হৈ আজি বিশ্বনাথ চাৰিআলিত নিৰ্বাচনী প্ৰচাৰত অ...
13/04/2024

*শোণিতপুৰ লোকসভাৰ আম আদমি পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌন্দিণ্য ডাঙৰীয়াৰ হৈ আজি বিশ্বনাথ চাৰিআলিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে....*

*পাঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপ ৰ ৰাষ্ট্ৰীয় নেতা ভগৱন্ত মান ডাঙৰীয়াই।* #অসমতো_কেজৰিৱাল

সমূহ অসমবাসী ৰাইজলৈ আম আদমী পাৰ্টী অসমৰ তৰপৰপৰা বাপুতিশাহুন ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ হিয়াভৰা শুভেশ্যা জনালোঁ ।
13/04/2024

সমূহ অসমবাসী ৰাইজলৈ আম আদমী পাৰ্টী অসমৰ তৰপৰপৰা বাপুতিশাহুন ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ হিয়াভৰা শুভেশ্যা জনালোঁ ।

Address

Tezpur

Alerts

Be the first to know and let us send you an email when AAP Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share