Apollo Hospital Telemedicine & Information Centre, Tezpur

  • Home
  • India
  • Tezpur
  • Apollo Hospital Telemedicine & Information Centre, Tezpur

Apollo Hospital Telemedicine & Information Centre, Tezpur APOLLO TELEMEDICINE SERVICE ENABLES YOU TO REACH OUT AND CONSULT WITH THE BEST OF APOLLO DOCTORS AND

31/08/2026

চেন্নাই এপ'ল' হস্পিতালৰ বহিঃবিভাগ সেৱা তেজপুৰত । পৰামৰ্শৰ বাবে উপস্থিত থাকিব
5th September, 2026 পালম’ন’লজিস্ত আৰু লাং (হাঁওফাওঁ) ৰ বিশেষজ্ঞ Dr Nithyanandan R (MBBS, MD Internal Medicine , DM Pulmonary and critical care medicine)
ধুলিৰ পৰা হোৱা এলা্র্জি,
এজমা,
ব্রঙ্কাইতিচ,
উশাহ লোৱাত কষ্ট,
টি.বি.,
হাঁওফাওঁৰ সংক্রমণ,
শোৱাত অসুবিধা,
COPD,
হাঁওফাওঁৰ জনিত সমস্যা আদিৰ সমস্যাত ভোগা ৰুগীয়ে পৰামৰ্শৰ বাবে আগতিয়াকৈ নাম পঞ্জিয়ন কৰিব পাৰে।
যোগাযোগ কৰকঃ 8876562876, 9706356583

29/08/2026

চেন্নাই এপ'ল' হস্পিতালৰ বহিঃবিভাগ সেৱা তেজপুৰত । পৰামৰ্শৰ বাবে উপস্থিত থাকিব
5th September, 2026 পালম’ন’লজিস্ত আৰু লাং (হাঁওফাওঁ) ৰ বিশেষজ্ঞ Dr Nithyanandan R (MBBS, MD Internal Medicine , DM Pulmonary and critical care medicine)
ধুলিৰ পৰা হোৱা এলা্র্জি,
এজমা,
ব্রঙ্কাইতিচ,
উশাহ লোৱাত কষ্ট,
টি.বি.,
হাঁওফাওঁৰ সংক্রমণ,
শোৱাত অসুবিধা,
COPD,
হাঁওফাওঁৰ জনিত সমস্যা আদিৰ সমস্যাত ভোগা ৰুগীয়ে পৰামৰ্শৰ বাবে আগতিয়াকৈ নাম পঞ্জিয়ন কৰিব পাৰে।
যোগাযোগ কৰকঃ 8876562876, 9706356583 See less

19/08/2026

চেন্নাই এপল' হস্পিতালৰ মুত্ৰৰোগ বিশেষজ্ঞ Dr Jatin Soni (MBBS ,M.S (GENERAL SURGERY),MCH (UROLOGY)
অহা 30 August 2026 তাৰিখে পৰামৰ্শৰ বাবে উপস্থিত থাকিব ।
প্ৰচুৰ প্ৰস্ৰাৱ হোৱা
প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰা
প্ৰস্ৰাৱ কৰোঁতে জ্বলন হোৱা
প্ৰস্ৰাৱ ঠিকমতে নোহোৱা
মূত্ৰাশয় সম্পূৰ্ণভাবে খালি নোহোৱা
প্ৰস্ৰাৱ ৰ ইনফেকশ্যন
Address:Apollo Hospital information Centre
Da Dhara Bamun Chuburi,Vartak,Tezpur-01
For Appointment Call:8876562876 / 9706356583

03/08/2026

চেন্নাই এপ'ল' হস্পিতালৰ বহিঃবিভাগ সেৱা তেজপুৰত । পৰামৰ্শৰ বাবে উপস্থিত থাকিব
৮ আগষ্ট, ২০২৬ স্ত্রী ৰোগ বিশেষজ্ঞ
ডাঃ শিৱা সিং শেখাৱত (MBBS, DGO, DNB, CIMP, Fellowship In Minimal Access Surgery, Diploma In Minimal Access Surgery,)
মাহেকিয়াৰ সমস্যা,
সন্তানহিনতা,
স্বেতপ্রদ,
জৰায়ুৰ সমস্যা,
ওজন বৃদ্ধি,
ইউটেৰাচ আদিৰ সমস্যাত ভোগা ৰোগীয়ে পৰামৰ্শৰ বাবে আগতিয়াকৈ নাম পঞ্জিয়ন কৰিব পাৰে।
যোগাযোগ কৰকঃ এপল’ হস্পিতাল তথ্য কেন্দ্র, দা-ধৰা বামুন চুবুৰী, ভৰ্তক, তেজপুৰ
ফোন: 8876562876, 9706356583

চেন্নাই এপ'ল' হস্পিতালৰ বহিঃবিভাগ সেৱা তেজপুৰত ।পৰামৰ্শৰ বাবে উপস্থিত থাকিব 1st August 2026নিউৰ’ চাৰ্জন Dr Balachandar D...
27/07/2026

চেন্নাই এপ'ল' হস্পিতালৰ বহিঃবিভাগ সেৱা তেজপুৰত ।
পৰামৰ্শৰ বাবে উপস্থিত থাকিব 1st August 2026
নিউৰ’ চাৰ্জন Dr Balachandar D
MBBS, MS, MCh Neurosurgery
ৰাজহাড়ৰ সমস্যা,
মৃগী ৰোগ,
স্ট্রোক,
পেৰালাইচিচ,
মূৰৰ আঘাট,
শিশুৰ স্নায়ূ জনিত সমস্যা,
বিষ ব্যৱস্থাপনা,
ব্রেইন টিউমাৰ,
আদিৰ সমস্যাত ভোগা ৰুগীয়ে পৰামৰ্শৰ বাবে আগতিয়াকৈ নাম পঞ্জিয়ন কৰিব পাৰে।
যোগাযোগ কৰকঃ 8876562876, 9706356583

22/07/2026

Address

Da Dhara Bamun Chuburi, Vartak
Tezpur
784001

Opening Hours

Monday 9:30am - 7pm
Saturday 9:30am - 7pm

Telephone

+918876562876

Website

Alerts

Be the first to know and let us send you an email when Apollo Hospital Telemedicine & Information Centre, Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Apollo Hospital Telemedicine & Information Centre, Tezpur:

Shortcuts

Share