Tezpur Municipal Block Congress Committee

Tezpur Municipal Block Congress Committee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tezpur Municipal Block Congress Committee, Political organisation, Tezpur.

তেজপুৰ পৌৰব্লক কংগ্ৰেছ কমিটিৰ এখন সাধাৰণ সভা শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আজি ইংৰাজী 07/11/2019 তাৰিখে অনুষ্ঠিত হয় ...
07/11/2019

তেজপুৰ পৌৰব্লক কংগ্ৰেছ কমিটিৰ এখন সাধাৰণ সভা শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আজি ইংৰাজী 07/11/2019 তাৰিখে অনুষ্ঠিত হয় উক্ত সভাত তেজপুৰ পৌৰ ব্লক কংগ্ৰেছৰ সভাপতি হিচাবে মই শ্ৰী নেপাল দাসে শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্য্যাকৰী সভাপতি ৰজত দত্ত চাৰ, শোণিতপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক /সম্পাদক,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক /সম্পাদক,মহিলা কংগ্ৰেছ,যুব কংগ্ৰেছ,এন এচ ইউ আই , আইনী কোষ, সংখ্যালঘূ কোষ লগতে পৌৰ এলেকাৰ বুথৰ বিষয়ববীয়া সকল আৰু তেজপুৰপৌৰ ব্লকৰ কৰ্মীৰ লগত আগন্তুুক পৌৰ নিৰ্বাচনৰ বিষয়ে আলেচনা মূূহুৰ্ত্তত |

Bike Rally, Tezpur @04.03.18
04/03/2019

Bike Rally, Tezpur @04.03.18

তেজপুৰ পৌৰ block কংগ্রেছ কমিটিৰ অধীনত থকা বুথ সমূহৰ প্রশিক্ষণ শিবিৰ আজি ইং28/02/2019 ত তৰুন অসম সংঘত আয়োজন কৰা হয় l
28/02/2019

তেজপুৰ পৌৰ block কংগ্রেছ কমিটিৰ অধীনত থকা বুথ সমূহৰ প্রশিক্ষণ শিবিৰ আজি ইং28/02/2019 ত তৰুন অসম সংঘত আয়োজন কৰা হয় l

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when Tezpur Municipal Block Congress Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share