সেউজীয়া The green

সেউজীয়া The green Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সেউজীয়া The green, Nature Preserve, Tezpur.

We try to create awareness among people about the necessity of pollution free green Earth.If you are also a nature lover ,Please follow and support our page .SAVE ENVIRONMENT, SAVE THE EARTH

With Anima Saikia – I just made it onto their weekly engagement list by being one of their top engagers! 🎉
28/07/2026

With Anima Saikia – I just made it onto their weekly engagement list by being one of their top engagers! 🎉

Shout out to my newest followers! Excited to have you onboard! Md Dilshad, Ashima Sikder, Sensuwa Pari, Hasan Dhali
22/07/2026

Shout out to my newest followers! Excited to have you onboard! Md Dilshad, Ashima Sikder, Sensuwa Pari, Hasan Dhali

Have a nice day friends,At last relief and hope for the farmers of Assam who always wait eagerly for monsoon rain.But at...
20/07/2026

Have a nice day friends,

At last relief and hope for the farmers of Assam who always wait eagerly for monsoon rain.But at the same time flood and landslide create concern for common citizens.

অৱশেষত বৰষুণ আহিছে৷খেতিয়কৰ মনপৰাণ জুৰ পৰিছে৷প্ৰকৃতিৰ ওপৰত আমাৰ খেতিয়ক সম্পূৰ্ণ ৰূপে নিৰ্ভৰশীল। অসমৰ বহুঠাইত বান আৰু খহনীয়াই আতংকৰ সৃ ষ্টি কৰিছে৷সকলো নিৰাপদে থাকে যেন তাকে কামনা কৰিলো৷

An evening shadows a huge tree.Is n't it mesmerising? Natural beautification is incomparable.সন্ধিয়া ৰ সাজোন এজোপা বৃহদা...
17/07/2026

An evening shadows a huge tree.Is n't it mesmerising? Natural beautification is incomparable.

সন্ধিয়া ৰ সাজোন এজোপা বৃহদাকাৰ বৃক্ষৰ৷মনোমুগ্ধকৰ। নহয়নে?প্ৰাকৃতিক সৌন্দৰ্য্যশিল্পৰ লগত কোনে ফেৰ মাৰিব পাৰে?

Good Morningসুপ্ৰভাত শুভ সকাল
14/07/2026

Good Morning
সুপ্ৰভাত
শুভ সকাল

এতিয়া বাৰিষা কাল৷যিকোনো গছ ৰোৱাৰ এয়াই উপযুক্ত সময়৷ এই সময়ত গোজ মাৰিলেই গছ হয়৷আহক ধুনীয়া কৰোঁ আমাৰ ধৰাখনি৷In this rainy s...
13/07/2026

এতিয়া বাৰিষা কাল৷যিকোনো গছ ৰোৱাৰ এয়াই উপযুক্ত সময়৷ এই সময়ত গোজ মাৰিলেই গছ হয়৷আহক ধুনীয়া কৰোঁ আমাৰ ধৰাখনি৷

In this rainy season you can plant any tree without any difficulty.Let's make our earth beautiful.

Goodnight friends.



Good morningসুপ্ৰভাতএইবাৰ মৌচুমীৰ প্ৰভাৱ আপোনাৰ অঞ্চলত কেনেকুৱা বাৰু? অসমৰ বহুকেইখন জিলা খৰাঙৰ কবলত পৰিছে৷ আমাৰ শোণিতপুৰ...
11/07/2026

Good morning
সুপ্ৰভাত

এইবাৰ মৌচুমীৰ প্ৰভাৱ আপোনাৰ অঞ্চলত কেনেকুৱা বাৰু? অসমৰ বহুকেইখন জিলা খৰাঙৰ কবলত পৰিছে৷ আমাৰ শোণিতপুৰ জিলাত 62% কম আৰু দৰং জিলাত 80% কম বৰষুণ হোৱা বুলি চৰকাৰী সূত্ৰ ত প্ৰকাশ পাইছে৷ এই খৰাং দীৰ্ঘ কালীন নহওক,তাকে কামনা কৰিলো৷

অতিবৃষ্টি, অনাবৃষ্টি,বানপানী,খৰাং,ক্লাউড বাৰ্ষ্ট এইবোৰ প্ৰকৃতিৰ ভয়ানক ৰূপ৷কিছুমান পৰিঘটনা মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত৷কিন্তু ভালকৈ গমি পিতি চালে আপুনি দেখিব মানুহৰ নৃশংস অত্যাচাৰ সহিব নোৱাৰি পৃথিৱীয়েও জীৱকুলক এনেদৰেই শাস্তি দিয়ে৷ই প্ৰকৃতিৰে নিয়ম৷

দিনটো সকলোৰে বাবে মংগলময় হওক।৷

Good Moning Friends,Let's hope for a healthy environment.Let's work individually for a colourful earth.
03/07/2026

Good Moning Friends,

Let's hope for a healthy environment.

Let's work individually for a colourful earth.

বতৰ বিজ্ঞানকেন্দ্ৰই ঘোষণা কৰা মতে এইবছৰৰ জুন মাহত হ’ব লগীয়া বৰষুণ পূৰ্বৰ তুলনাত 40% কম হৈছে৷ অসমৰ বহু জিলাত পথাৰত পানী ন...
01/07/2026

বতৰ বিজ্ঞানকেন্দ্ৰই ঘোষণা কৰা মতে এইবছৰৰ জুন মাহত হ’ব লগীয়া বৰষুণ পূৰ্বৰ তুলনাত 40% কম হৈছে৷ অসমৰ বহু জিলাত পথাৰত পানী নাই বুলি ক’ব পাৰি৷
আমি অৰণ্য ধ্বংস কৰি গ’লে খঙাল পৃথিৱীয়ে আমাক এৰি দিব জানো?

If we destroy the nature, the nature is sure to demolish human race.

01/07/2026

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when সেউজীয়া The green posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share