BJP Nagshankar Mandal

BJP Nagshankar Mandal For various party schedules in Nagshankar Mandal and Naduar Assembly areas

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ২০৫ নং বুথৰ যুৱ সদস্য প্ৰিয়াংশু শইকীয়ালৈ(পল) পলমকৈ হলেও জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
03/09/2026

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ২০৫ নং বুথৰ যুৱ সদস্য প্ৰিয়াংশু শইকীয়ালৈ(পল) পলমকৈ হলেও জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।

03/09/2026
নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া পৌৰসভাৰ আজি  সাধাৰণ সভা অনুষ্ঠিত হয়। চতিয়া নগৰৰ আন্তগাঁথনি, উন্নয়ন মূলক প্ৰকল্পৰ বিভিন...
01/09/2026

নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চতিয়া পৌৰসভাৰ আজি সাধাৰণ সভা অনুষ্ঠিত হয়। চতিয়া নগৰৰ আন্তগাঁথনি, উন্নয়ন মূলক প্ৰকল্পৰ বিভিন্ন আঁচনি ৰূপায়নৰ উদ্দেশ্যে বিস্তৃত আলোচনা হয় এই সভাত। নদুৱাৰ সমষ্টিৰ সম্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ অধ্যক্ষতাত আৰু পৌৰপতি দীপশিখা সন্দিকৈ ডাঙৰীয়ানীৰ সভাপতিত্বত এই সভাই আজি নতুনকৈ কেইবাটাও প্ৰকল্পৰ প্ৰস্তাৱ গ্ৰহণ কৰে।।
BJP Assam Pradesh BJP Sonitpur District
Padma Hazarika Madhusmita Hazarika Himanta Biswa Sarma

নাগশংকৰ মণ্ডলৰ অন্তৰ্গত চতিয়া পৌৰসভাৰ সন্মানীয় পৌৰপতি শ্ৰদ্ধাৰ দীপশিখা সন্দিকৈ বাইদেউলৈ জন্মদিনৰ হিয়া ভৰা ওলগ যাচিলো।...
31/08/2026

নাগশংকৰ মণ্ডলৰ অন্তৰ্গত চতিয়া পৌৰসভাৰ সন্মানীয় পৌৰপতি শ্ৰদ্ধাৰ দীপশিখা সন্দিকৈ বাইদেউলৈ জন্মদিনৰ হিয়া ভৰা ওলগ যাচিলো। আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে আগন্তুক দিনবোৰ সুন্দৰ হৈ পৰক তাৰে কামনা কৰিছোঁ।।

মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ অন্যতম সন্মানীয় সদস্য মৃদুল বৰা দেৱলৈ জন্মদিন উপলক্ষে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপো...
30/08/2026

মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ অন্যতম সন্মানীয় সদস্য মৃদুল বৰা দেৱলৈ জন্মদিন উপলক্ষে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ আগন্তুক দিন বোৰ মঙ্গলময় হৈ পৰক সেয়ে কামনা কৰিলোঁ।।

26/08/2026
দক্ষিণ নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সক্ৰিয় যুৱক মনোজ চেত্ৰীৰ অকাল বিয়োগত আমি সকলো অতিশয় মৰ্মাহত হৈছোঁ। যোৱা প্ৰায় তিনিদিন...
24/08/2026

দক্ষিণ নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সক্ৰিয় যুৱক মনোজ চেত্ৰীৰ অকাল বিয়োগত আমি সকলো অতিশয় মৰ্মাহত হৈছোঁ। যোৱা প্ৰায় তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত আজি তেখেতৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীৰ পানীত উদ্ধাৰ কৰা হয়। নাগশঙ্কৰ মণ্ডলৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনালোঁ।।

চতিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত নিৰ্মিত আৰু অৰ্ধনিৰ্মিত প্ৰকল্প সমূহৰ কাম কাজ ...
24/08/2026

চতিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত নিৰ্মিত আৰু অৰ্ধনিৰ্মিত প্ৰকল্প সমূহৰ কাম কাজ সমূহ পৰিদৰ্শন কৰে খণ্ড উন্নয়ন বিষয়াই। বিশেষ ভাবে পঞ্চায়ত এলেকাৰ বিদ্যালয়, খোৱা পানী যোগান আঁচনি ইত্যাদিৰ সুচাৰু ৰূপে কাৰ্যকৰী হোৱাৰ ব্যৱস্থা সমূহ নিশ্চিত কৰে। এই পৰিদৰ্শন কালত খণ্ড উন্নয়ন বিষয়াৰ লগতে আঞ্চলিক পঞ্চায়ত সভানেত্ৰী ভাৰতী দাস, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী দিলমনি শইকীয়া আৰু দলীয় বিষয়ববীয়া বুলু আহমেদ ডাঙৰীয়া উপস্থিত থাকে।

BJP Sonitpur District BJP Assam Pradesh
Padma Hazarika Dilip Saikia Himanta Biswa Sarma

Address

Sotia Naduwar
Tezpur
784175

Website

Alerts

Be the first to know and let us send you an email when BJP Nagshankar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share