1 No Rajgarh Gaon Panchayat

1 No Rajgarh Gaon Panchayat গাঁওৰ উন্নয়ন, জনগণৰ সঁহাৰি — এইয়ে আমাৰ প্ৰতিশ্ৰুতি

ভূপেন দাৰ সুৰৰ পৰা আহে একতা, প্ৰেম আৰু মানবতাৰ বাৰ্তা — তেওঁ সদায় জীৱন্তসুৰৰ সম্ৰাট ড° ভূপেন হাজৰিকাক মৃত্যুবার্ষিকীৰ এই...
05/11/2025

ভূপেন দাৰ সুৰৰ পৰা আহে একতা, প্ৰেম আৰু মানবতাৰ বাৰ্তা — তেওঁ সদায় জীৱন্ত

সুৰৰ সম্ৰাট ড° ভূপেন হাজৰিকাক মৃত্যুবার্ষিকীৰ এই দিনত গভীৰ শ্ৰদ্ধাঞ্জলি জানাইছোঁ 🙏

1 no ৰাজগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত কমিউনিটি হ’লত  অহা কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীৰ চেক বিতৰণ কাৰ...
02/11/2025

1 no ৰাজগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত কমিউনিটি হ’লত অহা কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীৰ চেক বিতৰণ কাৰ্যসূচীৰ চিঠি বিতৰণ কৰা হৈছে

Himanta Biswa Sarma
CMO Assam
1 No Rajgarh Gaon Panchayat

30/10/2025
27/10/2025

অহা ইং ২৮-১০-২০২৫ তাৰিখ মঙ্গলবাৰে 1 No Rajgarh Gaon Panchayat আৰু Ambiance Foundation ৰ যুটীয়া সহযোগত ভোজখোৱা চাপৰি দৈনিক বজাৰত এক বিশেষ চাফাই অভিযান কৰা হ'ব। উক্ত চাফাই অভিযানত ভোজখোৱা চাপৰি বজাৰৰ সকলো দোকানী আৰু ৰাইজৰ সহায় সহযোগ কামনা কৰিলো।

Time- 7am
Location- Bhojkhowa Chapori Daily Market

সমূহ অসমবাসীলৈ দীপাৱলী আৰু কালি পূজাৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। এইবেলি এই পোহৰৰ উৎসৱে অমানিশা আঁতৰাই সকলোৰে জীৱন আলোকিত ...
21/10/2025

সমূহ অসমবাসীলৈ দীপাৱলী আৰু কালি পূজাৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। এইবেলি এই পোহৰৰ উৎসৱে অমানিশা আঁতৰাই সকলোৰে জীৱন আলোকিত কৰি তোলক তাৰে কামনা কৰিছোঁ। 🪔🪔🪔

17/10/2025

স্থানীয় মডেল আঙণৱাড়ী কেন্দ্ৰত আয়োজিত “পোষণ মেলা” উদযাপন অনুষ্ঠানত জুবিন গাৰ্গক “মায়াবিনী গান”ৰ জৰিয়তে শ্রদ্ধাঞ্জলি অৰ্পণ কৰা হয়। 🎶🌸

স্থানীয় মডেল আঙণৱাড়ী কেন্দ্ৰত পোষণ মেলা উদযাপন অনুষ্ঠানত গাঁও পঞ্চায়তৰ সভানেত্ৰী  আৰু সচিব মহোদয় উপস্থিত থাকি অনুষ্ঠানট...
17/10/2025

স্থানীয় মডেল আঙণৱাড়ী কেন্দ্ৰত পোষণ মেলা উদযাপন অনুষ্ঠানত গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু সচিব মহোদয় উপস্থিত থাকি অনুষ্ঠানটোত অংশগ্ৰহণ কৰে

জ্ঞান, নম্ৰতা আৰু অনুপ্ৰেৰণাৰ প্ৰতীক ভাৰতৰ মহান বিজ্ঞানী, দূৰদৰ্শী নেতা আৰু ‘জনতাৰ ৰাষ্ট্ৰপতি’ ড° এ. পি. জে. আব্দুল কালা...
15/10/2025

জ্ঞান, নম্ৰতা আৰু অনুপ্ৰেৰণাৰ প্ৰতীক ভাৰতৰ মহান বিজ্ঞানী, দূৰদৰ্শী নেতা আৰু ‘জনতাৰ ৰাষ্ট্ৰপতি’ ড° এ. পি. জে. আব্দুল কালাম আজাদক জন্মদিনৰ জন্মদিনৰ শুভেচ্ছা ❤️

Address

Bhojkhowa Chapori
Tezpur
784027

Website

Alerts

Be the first to know and let us send you an email when 1 No Rajgarh Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share