01/09/2026
জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য, 'বঢ়াৰ পো' শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাক সশ্রদ্ধ ভকতিৰে সোঁৱৰণ কৰিছোঁ।
অসমীয়া জাতীয় জীৱনৰ স্যমন্তক মণিস্বৰূপ মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা আদৰ্শ আৰু আধ্যাত্মিক চেতনাৰ যুগমীয়া পোহৰে জাতিটোক আগত সময়তো বাট দেখুৱাই থাকক, তাৰেই কামনা কৰিলোঁ।
Gamiripal Milan Jyoti Yuva Sangha