Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি

  • Home
  • India
  • Tihu
  • Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি

Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি A Social Group

C.A. সুমিত ভাঞ্চালীৰ অন্তিম যাত্ৰা ৷ টিহু নগৰ উন্নয়ন সমিতি আৰু চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অন...
16/08/2026

C.A. সুমিত ভাঞ্চালীৰ অন্তিম যাত্ৰা ৷ টিহু নগৰ উন্নয়ন সমিতি আৰু চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত টিহু অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে অজশ্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা নিবেদি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে সুমিতক ৷ তুমি য’তেই থাকা শান্তিত থাকা তাৰেই কামনাৰে -টিহু নগৰ উন্নয়ন সমিতি, টিহু ৷

ওমঃ শান্তিঃ 🪔সুমিত ভাঞ্চালীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ নগৰখনকে মৃয়মান কৰি তোলে ৷ জাজীয়াবাৰীত সংঘটিত দুগৰাকীকৈ উদীয়ান...
16/08/2026

ওমঃ শান্তিঃ 🪔
সুমিত ভাঞ্চালীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ নগৰখনকে মৃয়মান কৰি তোলে ৷ জাজীয়াবাৰীত সংঘটিত দুগৰাকীকৈ উদীয়ান যুৱকৰ মৃত্যুৰ শোকৰ মাজতে সুমিতৰ মৃত্যুৱে আমাৰ বাবে আকৌ এক মোক্ষম আঘাট ৷
মৃদুভাষী, হাঁহিমুখীয়া অমায়িক উদীয়মান সুঠাম যুৱক ক্ৰিকেট খেলি ভাল পোৱা সুমিত ভাঞ্চালী ব্যৱসায়ী আৰু চাকৰিয়ালৰ সমাজত C/A হিচাপে কম সময়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ সুমিত ভাঞ্চালীৰ মৃত্যু টিহুবাসীৰ বাবে এক অপূৰণীয় ক্ষতি৷ তেখেতে টিহু নগৰ উন্নয়ন সমিতিত অবৈতনিক C/A হিচাপে সেৱা আগবঢ়াই আহিছিল ৷ যোৱাকালি তেখেতৰ অনাকাংক্ষিত আকস্মিক বিয়োগত টিহু নগৰ উন্নয়ন সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
🙏🙏🙏
🪔ওমঃ শান্তিঃ🪔

Shout out to my newest followers! Excited to have you onboard! Satyajit Mahanta, Jayanta Kalita, Chinmoy Gohain, Chandan...
06/08/2026

Shout out to my newest followers! Excited to have you onboard! Satyajit Mahanta, Jayanta Kalita, Chinmoy Gohain, Chandan Kumar Barman, Joydeep Samaddar, Parag Kalita, Balaram Kandel, Sanjiv Gogoi, Sanjeev Baishya, Nithun Dey, Debajit Medhi, Shiva Dey, Partha Paul, Saumarjyoty Kakoty, Bijay Sharma, Saajan S***a, Rohim Badsha, কিশোৰ ৰাজবংশী, Arup Nath, Hussain Mohammed, Himanshu Kalita, Mantu Baro, Saurav Das, Nabanita Haloi, Himanshu Das, নলবেইৰা আপা অজয়, Prem Sharma Chapagain, Sanu Sarma, Utpal Jyoti Kachari, Bibek Kaishyap, Sakinder Yadav, Brajen Deka, Dip Jyoti Baishya, Rahul Sarma, Rantu Das, Jitu Bezbaruah, Surajit Saha, Parli Mazumdar, Hemanta Das Baba, Jintu Thakuria, Nur Islam Ali, Diganta Sarma, Rakesh, Chunu Mani Thakuria, Hemen Kalita, Hk Himangshu Kashyap, Champak Das, Manoj Sen, Diganta Pathak, Dhruba Jyoti Borah

02/08/2026

I got over 23,000 reactions on my posts last week! Thanks everyone for your support! 🎉

02/08/2026

বান সাহাৰ্য সংগ্ৰহত আমাক সহযোগ কৰা থলুৱা দোকানৰ মহানুভৱতা

31/07/2026

সহযোগিতাৰ বাবে ধন্যবাদ

31/07/2026

টিহুৰ বান সাহাৰ্য দিবলৈ পৰ্যমানে ভিতৰলৈ গৈ যি দেখিলো সেয়া বৰ্ণনাতীত ৷ ঘৰ দুৱাৰ, বাট-পথ সকলো বিধস্ত ৷ পৰিস্থিতিৰ কল্পনা কৰি অন্তৰাত্মা কপি উঠিল ৷

29/07/2026

বান সাহাৰ্য্যৰ বাবে আমাক সংগ দিয়া টিহু লেখিকা সমাৰোহ সমিতিয়ে বান সাহাৰ্য্যৰ বাবে উজনি অসমলৈ যাত্ৰা কৰাৰ প্ৰাকমুহূৰ্তত আটাইৰে মঙ্গল কামনাৰে দিয়া হৰিধ্বনি ৷

29/07/2026

বান সাহাৰ্য্যৰ বাবে আমাক সংগ দিয়া টিহুৰ অধ্যয়ন কোচ্চিং চেন্টাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷

19/04/2026

ৰন্ধন গেছৰ বাবে শাৰী পতা বন্ধ কৰক ৷
অহা মঙ্গলবাৰৰ পৰা টিহু গণেশ গেছ এজেঞ্চীয়ে গুদামৰ পৰা গেছ দিয়া বন্ধ কৰি হোম ডেলীভাৰী দিব আৰু আধাৰ তথা মোবাইল নম্বৰ সংযোগ কৰাৰ বাবে আগতীয়াকৈ কুপন দি গ্ৰাহক ৰাইক সকাহ প্ৰদান কৰিব বুলি স্বত্বাধিকাৰী পংকজ বেজবৰুৱা আৰু মেনেজাৰ দিলীপ বেজবৰুৱাই ৰাইজক আজি কথা দিয়ে ৷ দীৰ্ঘদিনে ৰন্ধন গেছৰ নামত পুৱতি নিশাৰ পৰা শাৰী পাতি থকা প্ৰক্ৰিয়াৰ অন্ত পেলাই উপভোক্তাক সকাহ দিবলৈ আজি টিহু নগৰ উন্নয়ন সমিতিয়ে ৰাইজৰ উপস্থিতিত আজি এজেঞ্চীটোৰ মালিক পক্ষক তেওঁলোকৰ ময়মতালিৰ বাবে জৱাবদিহী কৰে ৷ আলোচনা মৰ্মে এতিয়াৰে পৰা আগতে চিলিণ্ডাৰ বুক কৰাসকলে প্ৰথমে গেছ পাব লগতে DAC নম্বৰৰ বাবে এজেঞ্চীলৈ নাহি ফোনযোগে ইয়াৰ সমাধান পাব বুলি কথা দিয়ে ৷
গ্ৰাহক ৰাইজলৈ বিনম্ৰ অনুৰোধ গুদামত গেছ আনিবলৈ যোৱা বন্ধ কৰি আগৰ দৰে হোম ডেলীভাৰী লবলৈ সকলোৱে এজেঞ্চীক বাধ্য কৰক ৷
https://www.facebook.com/share/v/18RfPRvHXH/

Address

Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when Tihu Nagar Unnayan Samiti টিহু নগৰ উন্নয়ন সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category