06/08/2026
Message on Self-Enumeration from the Desk of the Chairperson, Tihu Municipal Board**
Dear Citizens of Tihu,
The Self-Enumeration process is currently underway and will continue until 16 August 2026. I sincerely urge all eligible citizens of Tihu Municipal Board to complete their self-enumeration within the stipulated time.
Self-enumeration is a simple and convenient way to ensure that your household information is recorded accurately. Your active participation will contribute to the success of this important national exercise.
Please do not wait until the last date. Complete your self-enumeration on or before 16 August 2026 and encourage your family, friends, and neighbours to do the same.
Together, let us make Tihu a model of responsible citizen participation.
Chairperson
Tihu Municipal Board
টিহু পৌৰসভাৰ সভানেত্ৰীৰ ডেস্কৰ পৰা জনসাধাৰণলৈ এক বিশেষ আহ্বান
প্ৰিয় টিহুবাসী,
ভাৰত চৰকাৰৰ জনগণনা ২০২৭ৰ অংশ হিচাপে Self-Enumeration (স্ব-গণনা)কাৰ্যসূচী চলি আছে আৰু এই প্ৰক্ৰিয়া ১৬ আগষ্ট, ২০২৬ তাৰিখলৈকে অব্যাহত থাকিব।
মই টিহু পৌৰসভা এলেকাৰ সকলো নাগৰিকক অনুৰোধ জনাইছোঁ যে, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিজৰ আৰু নিজৰ পৰিয়ালৰ **Self-Enumeration** সম্পূৰ্ণ কৰি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক।
আপোনাৰ সঠিক আৰু সময়মতে প্ৰদান কৰা তথ্যই এখন সঠিক, নিৰ্ভৰযোগ্য আৰু অন্তৰ্ভুক্তিমূলক জনগণনা সফল কৰাত সহায় কৰিব।
অনুগ্ৰহ কৰি ১৬ আগষ্ট, ২০২৬ৰ ভিতৰত Self-Enumeration সম্পূৰ্ণ কৰক আৰু আনকো এই কাম কৰিবলৈ উৎসাহিত কৰক।**
সকলোৰে সহযোগিতাই এখন উন্নত টিহু গঢ়ি তোলাত সহায় কৰিব।
– সভানেত্ৰী
**টিহু পৌৰসভা