Rumi Rani Moran

Rumi Rani Moran Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rumi Rani Moran, Rangajan Gaon No. 2, Tinsukia.

সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পাওঁ। সৰু সৰু সুখবোৰৰ মাজতেই জীৱনৰ প্ৰকৃত আনন্দ বিচাৰি পাওঁ😊। মানুহক সন্মান কৰিবলৈ আৰু জীৱনৰ প্ৰতিটো মুহূৰ্তক সৰলভাৱে উপভোগ কৰিবলৈ চেষ্টা কৰোঁ।

সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভ কামনা জনালোঁ।
09/09/2026

সুন্দৰ দিন এটাৰ কামনাৰে সকলোলৈকে পুৱাৰ শুভ কামনা জনালোঁ।

শুভ সন্ধিয়া জনালোঁ সকলোকে 🙏
08/09/2026

শুভ সন্ধিয়া জনালোঁ সকলোকে 🙏

এইয়া আমাৰ ঘৰৰ পদূলি....গৰমৰ দিনত fan/ ac ত কৈ এই বাঁহনীৰ ছাঁয়েই যথেষ্ট।
08/09/2026

এইয়া আমাৰ ঘৰৰ পদূলি....
গৰমৰ দিনত fan/ ac ত কৈ এই বাঁহনীৰ ছাঁয়েই যথেষ্ট।

সু প্ৰভাত জনালোঁ সকলোকে 🙏
08/09/2026

সু প্ৰভাত জনালোঁ সকলোকে 🙏

07/09/2026

😔💔

কাশী ফুল ফুটি গেল.....ভাদৰ আছি গেল....
07/09/2026

কাশী ফুল ফুটি গেল.....
ভাদৰ আছি গেল....


ইমান ধুনীয়াকৈ ফুলি আছে.....কোনেও নাচায় বুলিও অভিমান নাই ....কোনোবা ভাল পাওক বুলিও আশা নাই....নিজৰ বাবেই ফুলি আছে....নি...
07/09/2026

ইমান ধুনীয়াকৈ ফুলি আছে.....
কোনেও নাচায় বুলিও অভিমান নাই ....
কোনোবা ভাল পাওক বুলিও আশা নাই....
নিজৰ বাবেই ফুলি আছে....
নিজৰ সৌন্দৰ্য্যত নিজে সুখী হৈ.....




07/09/2026

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Mehebub Khan, Sunil Das, Sarma Rajes, NayanJyoti Roy, Jyoti Ranjan Gogoi

ভেকুলী বাইদেউৰ ফটো প'জ 🤣🤣🤣 কেনেকুৱা লাগিছে ?
07/09/2026

ভেকুলী বাইদেউৰ ফটো প'জ 🤣🤣🤣 কেনেকুৱা লাগিছে ?

Address

Rangajan Gaon No. 2
Tinsukia
786153

Website

Alerts

Be the first to know and let us send you an email when Rumi Rani Moran posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share