Atal Goswami

Atal Goswami Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Atal Goswami, Social service, TINSUKIA, Tinsukia.

Holi celebration 2024
26/03/2024

Holi celebration 2024

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখাৰ তৰফৰ পৰা শ্বহীদ দিৱস উপলক্ষ্যে তিনিচুকীয়াৰ শ্ৰী পুৰীয়া অঞ্চলত ভ...
23/03/2023

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখাৰ তৰফৰ পৰা শ্বহীদ দিৱস উপলক্ষ্যে তিনিচুকীয়াৰ শ্ৰী পুৰীয়া অঞ্চলত ভাৰত মাতৃৰ পুত্ৰ বীৰ সুখদেৱ, ভগত সিং আৰু ৰাজগুৰুক তেখেতসকলৰ মৃত্যু দিৱসত তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হল ।
১৯৩১ চনৰ ২৩ মাৰ্চত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক হাঁহি হাঁহি ফাঁচী দিয়া হয়। আজি তেখেতৰ মৃত্যু বাৰ্ষিকী।
বন্দে মাতৰম🚩
জয় হিন্দ🚩
ভাৰত মাতাৰ জয়🚩🙏🏻

ইং ১৩/১১/২০২২ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখা এখন বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত উপস্থিত থ...
14/11/2022

ইং ১৩/১১/২০২২ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখা এখন বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখাৰ বিস্তাৰক কমল কৃষ্ণ ডেকা ডাঙৰীয়া লগতে নগৰ শাখাৰ সক্ৰিয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে উক্ত বৈঠকত S E I L Deligetes , নাৰী শক্তি দিৱস, লাচিত বৰফুকন দেৱৰ ৪০০ তম জন্ম জয়ন্তী আৰু আগন্তুক দিনবোৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়।
ভাৰত মাতা কি জয়🚩🙏🏻
জয় আই অসম ✊

ইং ১৩ অক্টোবৰ ২০২২ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখাৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত উপস...
14/10/2022

ইং ১৩ অক্টোবৰ ২০২২ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তিনিচুকীয়া নগৰ শাখাৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ সহ: সাংগঠনিক সম্পাদক বিপুল ৰাভা ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ জিলা প্ৰমুখ সুদিপ্ত চক্ৰৱৰ্তী ডাঙৰীয়া, তিনিচুকীয়া নগৰ শাখাৰ বিস্তাৰক কমল কৃষ্ণ ডেকা ডাঙৰীয়া অাৰু লগতে নগৰ শাখাৰ সক্ৰিয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে উক্ত বৈঠকত আগন্তুক দিনবোৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়।
ভাৰত মাতা কি জয়🚩🙏🏻
জয় আই অসম ✊

Address

TINSUKIA
Tinsukia
786145

Website

Alerts

Be the first to know and let us send you an email when Atal Goswami posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category