Birinchi Neog

Birinchi Neog A genuine politician,Chairman of Moran Development Council,Ex president of All Moran Student Union,Social worker

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ দিনটোত ৰাতিপুৱাই তিনিচুকীয়া মানৱ কল্যাণ পূজা ভৱনত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথ...
21/06/2024

আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিশেষ দিনটোত ৰাতিপুৱাই তিনিচুকীয়া মানৱ কল্যাণ পূজা ভৱনত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিষান ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সমাজৰ বিভিন্ন বিশিষ্ট ব্যক্তি সকলৰ সৈতে যোগদিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰো।।।

শোষিত, নিষ্পেষিত , শ্ৰমিক জনতাৰ স্বপ্নদ্ৰষ্টা সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাঞ্জলি...
20/06/2024

শোষিত, নিষ্পেষিত , শ্ৰমিক জনতাৰ স্বপ্নদ্ৰষ্টা সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাঞ্জলি জনালো।।।

আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়া, লক্ষীমপুৰ লোক সভাৰ সাংসদ শ্ৰী প্ৰদান বৰুৱা ডাঙৰীয়া,  শদিয...
13/06/2024

আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়া, লক্ষীমপুৰ লোক সভাৰ সাংসদ শ্ৰী প্ৰদান বৰুৱা ডাঙৰীয়া, শদিয়া বিধানসভাৰ সমষ্টি বিধায়ক শ্ৰী বলিন চেতিয়া ডাঙৰীয়া, লাহোৱাল বিধান সভাৰ সমষ্টি বিনোদ হাজৰিকা ডাঙৰীয়া, তিনিচুকীয়া জিলা আয়ক্ত স্বপ্নীল পাল ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ অভিযন্তা, কাৰ্যবাহী অভিযন্তা সহ বিভাগীয় বিষযা সকলৰ সৈতে নৌকাৰে যাত্ৰা কৰি শদিয়া সমষ্টিৰ হাতীঘূলি, ফেলাই আৰু নাওকাটা অঞ্চলত বক্ষ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা বান গৰাখহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লওঁ ।
খহনীয়া পৰিদৰ্শন কৰি অঞ্চল সমূহত হব পৰা সকলো সম্ভাৱিত বিপদৰ পৰা অঞ্চল বাসিক সুৰক্ষা দিবলৈ জৰুৰীকালীন ভাবে খহনীয়াৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সকলো প্ৰদক্ষেপ গ্ৰহণৰ বাবে মাননীয় মন্ত্ৰী মহোদয়ে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে।।।

ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱৰ মন্ত্ৰীসভাত একেৰাহে তৃতীয়টো কাৰ্যকালত অসমৰ পৰা কেবিনেট মন্ত্ৰী ...
10/06/2024

ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱৰ মন্ত্ৰীসভাত একেৰাহে তৃতীয়টো কাৰ্যকালত অসমৰ পৰা কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান লাভ কৰা শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।।।
Sarbananda Sonowal
Pabitra Margherita

সন্মানীয় শদিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ আদৰ-চেনেহত আপ্লুত।আজি খোবাং পঞ্চায়তৰ অন্তৰ্গত চামুগুৰি আৰু ১নং দাইচা এলেকাত শতাধি...
26/02/2021

সন্মানীয় শদিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ আদৰ-চেনেহত আপ্লুত।
আজি খোবাং পঞ্চায়তৰ অন্তৰ্গত চামুগুৰি আৰু ১নং দাইচা এলেকাত শতাধিক লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাসমূহৰ বুজ লওঁ। ৰাইজৰ আশীৰ্বাদত তথা সহযোগিতাত অনাগত দিনত তেওঁলোকৰ উক্ত সমস্যাসমূহ সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰো।


মোৰ অতিকে আপোন জন্ম গাঁও খনিত এটা পথ উদ্ধোধন কৰা সময়ত খুৰী,পেহী,বোৱাৰী হঁতৰ লগত।।।।।
07/02/2021

মোৰ অতিকে আপোন জন্ম গাঁও খনিত এটা পথ উদ্ধোধন কৰা সময়ত খুৰী,পেহী,বোৱাৰী হঁতৰ লগত।।।।।

🇮🇳 সমূহ ভাৰত বাসী ৰাইজলৈ ৭২ তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো।।।
26/01/2021

🇮🇳 সমূহ ভাৰত বাসী ৰাইজলৈ ৭২ তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো।।।

অসম তথা বিশ্ববাসী ৰাইজৰ মংগলাৰ্থে শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া-বুঢ়ী শালত সেৱা এভাগী আগবঢ়াও।।।
20/01/2021

অসম তথা বিশ্ববাসী ৰাইজৰ মংগলাৰ্থে শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া-বুঢ়ী শালত সেৱা এভাগী আগবঢ়াও।।।

আজি শদিয়া সমষ্টিৰ অন্তৰ্গত ছৈখোৱা ব্লক কংগ্ৰেছৰ কাকপথাৰ মণ্ডলত বুথ পৰ্য্যায়ৰ প্ৰতিনিধি সকলৰ লগত দলৰ সাংগঠনিক দিশ সম্পৰ...
17/01/2021

আজি শদিয়া সমষ্টিৰ অন্তৰ্গত ছৈখোৱা ব্লক কংগ্ৰেছৰ কাকপথাৰ মণ্ডলত বুথ পৰ্য্যায়ৰ প্ৰতিনিধি সকলৰ লগত দলৰ সাংগঠনিক দিশ সম্পৰ্কে বিভিন্ন আলোচনা কৰা হয়।।।এই আলোচনাত ছৈখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জীৱন সোনোৱাল,অমৃত গগৈ, কৈলাশ শৰ্মা, কুমুদ দহোতীয়া ,কেশৱ দত্ত,ৰবিন গগৈ লগতে দলীয় কৰ্মকতা সকল উপস্থিত থাকে।।।।

যোৱা কালি ইং ১৩/০১/২০২১ তাৰিখে আমাৰ পৰিয়ালৰ শেষগৰাকী বাইছাও শ্ৰীমতী বিতালি নেওগৰ স্বৰ্গগামী হয়।।।। তেওঁৰ বিদেহী আত্মাৰ...
14/01/2021

যোৱা কালি ইং ১৩/০১/২০২১ তাৰিখে আমাৰ পৰিয়ালৰ শেষগৰাকী বাইছাও শ্ৰীমতী বিতালি নেওগৰ স্বৰ্গগামী হয়।।।। তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও।।।

13/01/2021

আজি উৰুকাৰ এই পবিত্ৰ ক্ষণত সদৌটিলৈকে বাপতি-সাহন ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে-ভাগে এসাঁজ খোৱাৰ সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা।

সদৌটি ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।নতুন আশা-প্ৰত্যাশা,ন-চিন্তাৰে,নতুন পৰিকল্পনাৰে,ন- উদ্দীপনাৰে নৱ-বৰ্...
01/01/2021

সদৌটি ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।নতুন আশা-প্ৰত্যাশা,ন-চিন্তাৰে,নতুন পৰিকল্পনাৰে,ন- উদ্দীপনাৰে নৱ-বৰ্ষত সকলোৱে পূৰ্ণ হওঁক আশা আৰু বতৰা।।

Address

Tinsukia
786125

Telephone

+918638430754

Website

Alerts

Be the first to know and let us send you an email when Birinchi Neog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category