Nayanjyoti Bor Saikia

Nayanjyoti Bor Saikia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nayanjyoti Bor Saikia, Social service, Tinsukia.

আজি ইং ২৮-৯-২০২৪ তাৰিখ শনি বাৰে তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ  আলোচনী ও শিক্ষা সম্পাদক সত্যব্ৰত চুতীয়া নিমন্ত্ৰন ম...
28/09/2024

আজি ইং ২৮-৯-২০২৪ তাৰিখ শনি বাৰে তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ আলোচনী ও শিক্ষা সম্পাদক সত্যব্ৰত চুতীয়া নিমন্ত্ৰন মৰ্মে কাকপথাৰ চেঙেলীজান গাৱঁৰ সাধনী ভৱনত চেঙেলীজান গাও মহিলা সমিতি গঠনৰ উদ্দেশ্যত অনুস্থিত ৰাজহুৱা সভাত উপস্থিত থাকো । মন্দিৰা বৰা সভাপতিত্বত অনুস্থিত সভাত বিশিষ্ট অ অতিথি হিচাবে তিনিচুকীয়া জিলা মহিলা সন্মিলনৰ সভানেত্ৰী শ্ৰী যুতা অৱন্তী চুতীয়া চুতীয়া চুতীয়া জনগোষ্ঠীৰ সক্ৰীয় কৰ্মী শ্ৰী যুত খগেন বৰুৱা । তিনিচুকীয়াজিলা চুতীয়া ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ সভাপতি দ্বায়িত্ব লোৱাৰ পাছত প্ৰথম খনি সভাত নিমন্ত্ৰন জনাই আমাক আদৰণী জনোৱাৰ বাবে কাকপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সমুহ সদস্য লগতে চেঙেলীজান গাওঁৰ ৰাইজক ধন্যবাদ জনাইছো । অহা ৩০ চেপ্তেম্বৰ ২০২৪ তাৰিখে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তিনিচুকীয়াত হব লগা ধৰ্না কাৰ্যসূচীলৈ সদলবলে আহি কাৰ্যসূচী সফল কৰিবৰ বাবে নিমন্ত্ৰন জনাবলৈ উপস্থিত থাকো। আমাৰ লগত উপস্থিত থাকে তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক অজয় বৰা , আলোচনী আৰু শিক্ষা সম্পাদক সত্যব্ৰত চুতীয়া ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক হৃদয়া নন্দ বৰুৱা ।

পেৰিছ অলিম্পিকৰ বাতৰি পৰিৱেশনৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা প্ৰত্যক্ষ স্বীকৃতি লাভ কৰিছে অসম কন্যা তথা ক্ৰীড়া...
18/06/2024

পেৰিছ অলিম্পিকৰ বাতৰি পৰিৱেশনৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা প্ৰত্যক্ষ স্বীকৃতি লাভ কৰিছে অসম কন্যা তথা ক্ৰীড়া সাংবাদিক-ফটোগ্ৰাফাৰ ডুমডুমাৰ নিবাসী,ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী গীতিকা তালুকদাৰে। গীতিকা তালুকদাৰ ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ। গীতিকা বাইদেউলৈ শুভেচ্ছাঁ আৰু আন্তৰিক অভিনন্দন ।


15/02/2024

উচ্চিত তদন্ত কৰি দুখিক শাস্তি প্ৰদান কৰিব বুলি আশা ৰাখিলো ।

কিমান ভয়ানক ,দেৰগাঁৱৰ বালিজানত বনভোজ দলৰ শোকাৱহ দুৰ্ঘটনা ।শালিকীহাটৰ পৰা তিনিচুকীয়ালৈ বনভোজৰ বাবে আহিছিল দলটো । নিহত স...
03/01/2024

কিমান ভয়ানক ,দেৰগাঁৱৰ বালিজানত বনভোজ দলৰ শোকাৱহ দুৰ্ঘটনা ।
শালিকীহাটৰ পৰা তিনিচুকীয়ালৈ বনভোজৰ বাবে আহিছিল দলটো । নিহত সকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, লগতে আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

Hokhi biya
17/12/2023

Hokhi biya

আজি মহানায়ক মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী । চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত মহান বীৰ যোদ্ধাগৰাকীক শ্ৰদ্ধাৰে স...
16/02/2022

আজি মহানায়ক মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী । চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত মহান বীৰ যোদ্ধাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো ।

সুৰ তাল লয় অনুস্থান টাঙনা ন- গাওঁ । সুন্দৰ অনুস্থান উপস্থিত থাকিবলৈ পাই নথৈ সুখী হলো । জয় আই অসম
15/02/2022

সুৰ তাল লয় অনুস্থান টাঙনা ন- গাওঁ । সুন্দৰ অনুস্থান উপস্থিত থাকিবলৈ পাই নথৈ সুখী হলো । জয় আই অসম

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Nayanjyoti Bor Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category