Ayush Rajwar

Ayush Rajwar I am ayush

09/01/2024

যোৱা ৬ আৰু ৭ জানুৱাৰীত তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত হোৱা জিলা পৰ্য্যায়ৰ 7th UKAA TINSUKIA DISTRICT KARATE CHAMPIONSHIP 2024 ৰ খেলত নলনী চাহ বাগিছাৰ শ্ৰী আয়ুশ ৰাজোৱাৰে বিজয়ী লাভ কৰে আৰু বাগিছা খনৰ বাবে গৌৰৱ কঢ়িয়াই আনে । আশা কৰো আগন্তুক দিনত ৰাজ্যিক পৰ্য্যায়ত খেলি জিলা খনৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰে ।

Address

Nalani T. E
Tinsukia
786147

Website

Alerts

Be the first to know and let us send you an email when Ayush Rajwar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share