Tinsukia District Administration

Tinsukia District Administration Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tinsukia District Administration, Government Organization, Tinsukia.

Geographical Indicators
Eastern most district of Assam
Surrounded by the hills of Arunachal Pradesh, Dibrugarh dt of Assam
Arunachal Bordering Districts : Changlang, Lower Dibang, East Siang, Lohit
Height above sea level : 147.83 to 148.30 Mtrs. Population Statistics
Total : 1,316,948 (2011 census)
Male : 675,986
Female : 640,962
S*x Ratio : 948
District H.Q. : Tinsukia

03/09/2026
02/09/2026

আপোনাৰ গৃহৰ সঠিক আৰু শুদ্ধ তথ্য প্ৰদানেৰে লোকপিয়ল ২০২৭ৰ অংশীদাৰ হওক

02/09/2026
*বি এছ এফৰ দেশজোৰা পেঞ্চন আদালত - ১১ ছেপ্টেম্বৰত,*সীমান্ত সুৰক্ষা বাহিনী (BSF) মেঘালয় ফ্ৰণ্টিয়াৰৰ উদ্যোগত অহা *১১ ছেপ্...
02/09/2026

*বি এছ এফৰ দেশজোৰা পেঞ্চন আদালত - ১১ ছেপ্টেম্বৰত,*

সীমান্ত সুৰক্ষা বাহিনী (BSF) মেঘালয় ফ্ৰণ্টিয়াৰৰ উদ্যোগত অহা *১১ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে* এক *'দেশজোৰা পেঞ্চন আদালত' (Nationwide Pension Adalat)* অনুষ্ঠিত কৰা হ'ব।

এই আদালতৰ মূল উদ্দেশ্য হৈছে অসম আৰু মেঘালয় ৰাজ্যৰ বি এছ এফৰ অৱসৰপ্ৰাপ্ত জোৱান, প্ৰবীণ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ পেঞ্চনাৰ সকলে সন্মুখীন হোৱা পেঞ্চন সম্পৰ্কীয় অভিযোগ, নথি-পত্ৰৰ জটিলতা আৰু ধন পৰিশোধৰ বিজুতি আদি সমস্যাৰ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰা।
উক্ত পেঞ্চন আদালত *অনলাইন আৰু অফলাইন* দুয়োটা মাধ্যমতে অনুষ্ঠিত হ'ব। যাতে দুৰ্গম আৰু দূৰৱৰ্তী অঞ্চলত বসবাস কৰা অৱসৰপ্ৰাপ্ত সকলেও ইয়াৰ সুবিধা লাভ কৰিব পাৰে।
ইচ্ছুক বি এছ এফ পেঞ্চনাৰ সকলক উপস্থিত থাকি অথবা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। যিসকল পেঞ্চনাৰে ভ্ৰমণ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে সুবিধাজনক স্থানত ভিডিঅ' কনফাৰেন্সৰ ব্যৱস্থা কৰা হ'ব।

*অনলাইনযোগে অংশগ্ৰহণ কৰিব বিচৰা অসমৰ বি এছ এফ পেঞ্চনাৰ সকলে তলত দিয়া নম্বৰ আৰু ই-মেইলত যোগাযোগ কৰিব পাৰে:*

*ফোন নম্বৰ: 0364-2951016 / 0364-2951018*
*ই-মেইল: [email protected]*

যোগাযোগ কৰিলে তেওঁলোকৰ মোবাইল নম্বৰ / হোৱাটছএপ নম্বৰত অনলাইন আদালতৰ লিংক প্ৰেৰণ কৰা হ'ব।

সকলো বি এছ এফৰ অৱসৰপ্ৰাপ্ত আৰু পৰিয়ালৰ পেঞ্চনাৰক এই সুযোগৰ সুবিধা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনোৱা হ'ল।
Directorate of Information and Public Relations, Assam জনসংযোগ তিনিচুকীয়া
MyGov Assam CMO Assam

31/08/2026

আপোনাৰ গৃহৰ তথ্য শুদ্ধভাৱে প্ৰদান কৰক।

শুদ্ধ আৰু সঠিক লোকপিয়লৰ বাবে গণনাকাৰীক সহযোগিতা আগবঢ়াওক।

Address

Tinsukia

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+919394585622

Alerts

Be the first to know and let us send you an email when Tinsukia District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Tinsukia District Administration:

Shortcuts

Share