Rantu Dangoria

Rantu Dangoria Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rantu Dangoria, Social service, Tinsukia.

15/01/2024
স্বাধীনতা সংগ্ৰামী, জনহিতৈষী নেতা, ৰাজনীতিবিদ, আইনজ্ঞ জননেতা ভীমবৰ দেউৰীদেৱৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
30/11/2023

স্বাধীনতা সংগ্ৰামী, জনহিতৈষী নেতা, ৰাজনীতিবিদ, আইনজ্ঞ জননেতা ভীমবৰ দেউৰীদেৱৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত অনলাইন আৰু অফলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ  চূড়ান্ত প্ৰতিযোগিতাখ...
26/11/2023

সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত অনলাইন আৰু অফলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগিতাখনি আজি ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'য়। উক্ত প্ৰতিযোগিতাৰ দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগী চিকৰাজান গাঁ‌ৱৰ শ্ৰীমতী প্ৰিয়াক্ষী মৰাণক মই দাতা হিচাপে বঁ‌টা প্ৰদান কৰিবলৈ পায় আপ্লুত হলো । সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰই মৰাণ জনগোষ্ঠীৰ কথিত ভাষাটো আৰু অধিক প্ৰসাৰ কৰাৰ লক্ষ্য আগত ৰাখি আয়োজন কৰা এই কবিতা আবৃত্তি প্ৰতিযোগীতা সঁ‌চাই ব্যতিক্ৰম । এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে মৰাণ জনগোষ্ঠীৰ ভাষাটো আৰু অধিক জীপাল হৈ উঠক। আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীলৈকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে স্থানপ্ৰাপ্ত তিনিওগৰাকী প্ৰতিযোগীকে জনালো আন্তৰিক অভিনন্দন।

ভাৰতীয় সেনা আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন স্...
26/11/2023

ভাৰতীয় সেনা আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অহা ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব লগা কেপ্টেইন জিণ্টু গগৈ, বীৰ চক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকোঁ । এই আপাহতে বীৰ শ্বহীদগৰাকীক স্মৰণ কৰাৰ লগতে এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছোঁ । এনে প্ৰতিযোগিতাই গ্ৰমাঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই অনাত সহায় কৰিব বুলি মই দৃঢ় বিশ্বাসী ।

স্থান- কৰদৈগুৰী

আজিৰ এই পৱিত্ৰ ক্ষণত শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো ।
14/11/2023

আজিৰ এই পৱিত্ৰ ক্ষণত শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো ।

মোৰ জন্মভূমি তথা দাইচা গাঁৱৰ ৮ টা পৰিয়ালৰ মুঠ ৯ জন মহা-মৃতকৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰ্থে বালিজান খোলা নামঘৰত ৰাজহুৱা...
06/11/2023

মোৰ জন্মভূমি তথা দাইচা গাঁৱৰ ৮ টা পৰিয়ালৰ মুঠ ৯ জন মহা-মৃতকৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰ্থে বালিজান খোলা নামঘৰত ৰাজহুৱাভাৱে দহা (আদ্যশ্রাদ্ধ) আয়োজন কৰা হয় । আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি মৃতকসকলৰ পৱিত্ৰ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ ।

তাৰিখ-০৫/১১/২০২৩ (দেওবাৰ)

বুধবাৰে কেৰাণী জ্যোতিপন যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কেৰাণী খোলা নামঘৰৰ সাহায্যাৰ্থে তিনিটা নিশাৰ বাবে আমন্ত্ৰণ জন...
02/11/2023

বুধবাৰে কেৰাণী জ্যোতিপন যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কেৰাণী খোলা নামঘৰৰ সাহায্যাৰ্থে তিনিটা নিশাৰ বাবে আমন্ত্ৰণ জনোৱা অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম নাট্য গোষ্ঠী 'থিয়েটাৰ সূৰুয'ৰ শুভ উদ্বোধন কৰোঁ ।

Address

Tinsukia
786150

Website

Alerts

Be the first to know and let us send you an email when Rantu Dangoria posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category