District Transport Office Tinsukia

District Transport Office Tinsukia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from District Transport Office Tinsukia, Government Organization, Borguri, Tinsukia.

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়...
27/08/2026

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়ী চালক আৰু যানবাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে ডিগবৈত চলাই থকা অভিযানৰ কিছু দৃশ্য।
Transport Department, Assam Tinsukia District Administration Charan Boro Digboi Co- District Administration TinsukiaTalk24x7 TSK Live ASSAM VIEW

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।অভিযানৰ...
27/08/2026

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

অভিযানৰ সময়ছোৱাত অনুমোদিত সীমাতকৈ অতিমাত্ৰা বোজা কঢ়িওৱা ১১খন বাহন জব্দ কৰা হয়। ইয়াৰ উপৰি প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে চলাচল কৰা ২খন বাহন জব্দ কৰি পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্যালয় চৌহদত ৰখা হয়।

যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ এই অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব।
Transport Department, Assam Charan Boro Tinsukia District Administration CMO Assam MyGov Assam TinsukiaTalk24x7 Mojo News TSK Live Tinsukia Unofficial

পঞ্জীয়নভুক্ত বাহনসমূহৰ দীৰ্ঘদিন ধৰি পৰিশোধ নকৰাকৈ থকা লক্ষাধিক টকাৰ অনাদায় যান বাহন কৰ শীঘ্ৰে আদায়ৰ বাবে তিনিচুকীয়াৰ...
26/08/2026

পঞ্জীয়নভুক্ত বাহনসমূহৰ দীৰ্ঘদিন ধৰি পৰিশোধ নকৰাকৈ থকা লক্ষাধিক টকাৰ অনাদায় যান বাহন কৰ শীঘ্ৰে আদায়ৰ বাবে তিনিচুকীয়াৰ জিলা পৰিবহণ বিষয়াই বাহনৰ গৰাকীসকলৰ ঘৰে ঘৰে গৈ বিভাগীয় জাননী (Demand Notice) প্ৰদান কৰা হৈছে।
বিশেষকৈ এক্সকেভেটৰ, ক্ৰেন আৰু অন্যান্য গধুৰ নিৰ্মাণকাৰ্যত ব্যৱহৃত বাহনৰ গৰাকীসকলক অনাদায় কৰ শীঘ্ৰে পৰিশোধ কৰিবলৈ জাননী প্ৰদান কৰা হৈছে।
Transport Department, Assam Ministry of Road Transport and Highways, Government of India Charan Boro Tinsukia District Administration TSK Live TinsukiaTalk24x7 Mojo News ASSAM VIEW

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগে সুৰাপায়ী চালক আৰু যানবাহ...
26/08/2026

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগে সুৰাপায়ী চালক আৰু যানবাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে মাকুমত চলোৱা অভিযানৰ কিছু দৃশ্যাংশ।
Ministry of Road Transport and Highways, Government of India Transport Department, Assam Tinsukia District Administration Charan Boro Co-District Commissioner, Makum Tinsukia Unofficial TinsukiaTalk24x7 TSK Live MakumTimes

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত তিনিচুকীয়াৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে চলাই থকা অভিযানৰ কিছু ...
26/08/2026

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত তিনিচুকীয়াৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে চলাই থকা অভিযানৰ কিছু দৃশ্যাংশ।
Transport Department, Assam Charan Boro Tinsukia District Administration TinsukiaTalk24x7 Tinsukia Unofficial TSK Live ASSAM VIEW Mojo News

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়...
25/08/2026

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়ী চালক আৰু যানবাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে তিনিচুকীয়াৰ থানা চাৰিআলিত চলোৱা অভিযানৰ কিছু দৃশ্যাংশ।
Transport Department, Assam Ministry of Road Transport and Highways, Government of India Tinsukia District Administration Charan Boro Mojo News ASSAM VIEW TinsukiaTalk24x7 TSK Live

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।অভিযানৰ...
25/08/2026

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

অভিযানৰ সময়ছোৱাত অনুমোদিত সীমাতকৈ অতিমাত্ৰা বোজা কঢ়িওৱা আৰু প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে চলাচল কৰা কেবাখনো বাহন জব্দ কৰি পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্যালয় চৌহদত ৰখা হয়।

যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ এই অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব।
Transport Department, Assam Charan Boro Tinsukia District Administration TinsukiaTalk24x7 Mojo News TSK Live Tinsukia Unofficial

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়...
24/08/2026

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়ী চালক আৰু যানবাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে ডিগবৈত চলাই থকা অভিযানৰ কিছু দৃশ্য।
Transport Department, Assam Tinsukia District Administration Charan Boro Digboi Co- District Administration TinsukiaTalk24x7 TSK Live ASSAM VIEW

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।অভিযানৰ...
24/08/2026

তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

অভিযানৰ সময়ছোৱাত অনুমোদিত সীমাতকৈ অতিমাত্ৰা বোজা কঢ়িওৱা ৫খন বাহন জব্দ কৰা হয়। ইয়াৰ উপৰি প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে চলাচল কৰা ১খন বাহন জব্দ কৰি পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্যালয় চৌহদত ৰখা হয়।

যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা পৰিৱহন বিভাগৰ এই অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব।
Transport Department, Assam Charan Boro Tinsukia District Administration TinsukiaTalk24x7 Mojo News TSK Live Tinsukia Unofficial

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়...
23/08/2026

পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ যানবাহন শাখাৰ লগতে পৰিবহন বিভাগ আৰু আৱকাৰী বিভাগে সুৰাপায়ী চালক আৰু যানবাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে গুইজানত চলোৱা অভিযানৰ কিছু দৃশ্য।
Transport Department, Assam Charan Boro Ministry of Road Transport and Highways, Government of India Tinsukia District Administration TinsukiaTalk24x7 TSK Live Mojo News Tinsukia Unofficial

Address

Borguri
Tinsukia

Website

Alerts

Be the first to know and let us send you an email when District Transport Office Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share