22/08/2026
I Appealed to all
আমি সংঘাট এৰি উত্তৰ-পূৰ্বাঞ্চলী হৈ থাকিলে উন্নয়ন আৰু প্ৰগতিৰ দিশে ধাৱমান হ'ব পাৰিম। আমাৰ সাতভনীৰ (Northeast)বহুযুগৰ সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট হ'ব পৰা বিষয়ক অধিক জটিলতাৰ সৃষ্টি নকৰি সংযমেৰে, সৌহাৰ্দ্যপূৰ্ণ পদক্ষেপৰে সমাধান কৰিবলৈ যত্নপৰ হ'ব লাগিব বুলি বিশ্বাস কৰোঁ।
If we leave the conflict and remain North Eastern, we can move towards development and progress.
I believe that we must strive to resolve the issues that could destroy the age-old atmosphere of harmony in the Northeast in a restrained and amicable manner without creating further complications.