Politics Views & Update.

Politics Views & Update. The Page Motive to Share Views & latest updates of BJP Good Governance.. The Page Motive to Share Views & latest updates of BJP Good Governance.

12/05/2026
06/05/2026

HCM Dr Himanta Biswa Sarma dangoriya ~ The OG Dhurandhar!

Mama Rocked, Opposition Shocked.


Himanta Biswa Sarma

19/04/2026


02/04/2026

Mama At Tinsukia Himanta Biswa Sarma

31/03/2026

অসমৰ চৰকাৰী ভূমি, সত্ৰৰ ভূমি, বনভূমিত বিদেশীক বৰপীৰা পাৰি বহিবলৈ দিয়া কংগ্ৰেছৰ অপশাসনৰ কথা মনত ৰাখিছে অসমে...


30/03/2026

কংগ্ৰেছৰ অপশাসন আৰু দুৰ্নীতিৰ কথা ৰাইজে পাহৰা নাই । অসমবাসী ৰাইজে পুনৰবাৰ বিজেপিক আদৰিবলৈ সাজু হৈছে।

আকৌ এবাৰ বিজেপি চৰকাৰ।

30/03/2026

২০১৬চনৰ আগলৈ ঘূৰি চাওঁ আহক...

২০১৬ চনৰ আগলৈকে অসমত সৰ্বাধিক সময় শাসন কৰিছিল কংগ্ৰেছে । কংগ্ৰেছৰ সীমাহীন দুৰ্নীতি আৰু অপশাসনৰ বাবে অসম ভাৰতৰ আন ৰাজ্যৰ তুলনাত সকলো দিশতে আছিল পিছপৰা। মনত আছেনে তেতিয়া বাট,পথ,দলং আদি আছিল জৰাজীৰ্ণ। নাছিল ভাল শিক্ষানুষ্ঠান, নাছিল ক্ৰীড়া প্ৰকল্প। অসম বুলি ক'লেই অনগ্ৰসৰ আৰু হিংসাত্মক ঘটনাৰে জৰ্জৰিত এখন ৰাজ্য। আজিৰ সমৃদ্ধিশালী, জাকতজিলিকা অসমখন ২০১৬ চনত বিজেপি শাসনলৈ অহাৰ পিছত জিলিকি উঠা শান্তিৰ অসম।

আপোনাৰ প্ৰথম ভোটটো উন্নয়ন আৰু বিকাশৰ সপক্ষে প্ৰদান কৰক । আপোনাৰ এটা ভোটে আপোনাৰ মাতৃভূমি অসম আকৌ অধিক ৰূপত উজ্বলিব ।

Himanta Biswa Sarma Dilip Saikia BJP Assam Pradesh Sarbananda Sonowal Anand Mishra

30/03/2026

পৰিৱৰ্তন স্পষ্ট।



Himanta Biswa Sarma Dilip Saikia Sarbananda Sonowal BJP Assam Pradesh

জননেতালৈ জনতা জনাৰ্দনৰ স্নেহাশিস...   Himanta Biswa Sarma BJP Assam Pradesh Dilip Saikia Sarbananda Sonowal Amit Shah Ni...
30/03/2026

জননেতালৈ জনতা জনাৰ্দনৰ স্নেহাশিস...


Himanta Biswa Sarma BJP Assam Pradesh Dilip Saikia Sarbananda Sonowal Amit Shah Nitin Nabin Anand Mishra Bharatiya Janata Party (BJP) Narendra Modi

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Politics Views & Update. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share