Sima Gowala

Sima Gowala R***

আজি বৰডুবি কুঁৱৰী পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ড নং ৩, ৫ আৰু ৭ সমূহ ৰাইজৰ বাৰিষা কালৰ বুজ লবলৈ যাওঁ। দেখো  সকলো দিশে...
18/05/2026

আজি বৰডুবি কুঁৱৰী পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৱাৰ্ড নং ৩, ৫ আৰু ৭ সমূহ ৰাইজৰ বাৰিষা কালৰ বুজ লবলৈ যাওঁ। দেখো সকলো দিশে পানীৰে ভৰি পৰি আছে। ৰাস্তা পদূলি নলা নৰ্মদা ভৰি পৰিছে ফলস্বৰূপে লৰা ছোৱালী বিদ্যালয় অহা যোৱা, কামলৈ অহা যোৱা লোক সকলৰ লগতে ঘৰৰ ভিতৰত পানীৰে ভৰি পৰিছে , ইমান বেছি সমস্যাৰ সম্মুখীন হব লগা হৈছে।
গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে ইয়াৰ সমাধানৰ বাবে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰে যেন।
Himanta Biswa Sarma Sarbananda Sonowal Sima Gowala Bharatiya Janata Party (BJP) BJP Assam Pradesh

অভিনন্দন জনালো 💐🙏BJP Zindabad ✊ 🪷        Himanta Biswa Sarma Sarbananda Sonowal BJP Assam Pradesh Bharatiya Janata Party...
05/05/2026

অভিনন্দন জনালো 💐🙏
BJP Zindabad ✊ 🪷

Himanta Biswa Sarma Sarbananda Sonowal BJP Assam Pradesh Bharatiya Janata Party (BJP)

05/05/2026
01/05/2026

শান্তি, প্ৰেম, দয়া, অহিংসা আৰু অসীম কৰুণাৰ পৱিত্ৰ বাণী আৰু জীৱনমুখী দৰ্শনেৰে বিশ্ব মানৱক আলোকিত কৰা মহান সত্তা গৌতম বুদ্ধ। আজি বুদ্ধ পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত তেখেতৰ শ্ৰীচৰণত আন্তৰিক শ্রদ্ধা, ভক্তি আৰু শতকোটি সেৱা নিবেদিলোঁ৷ আহক, বুদ্ধদেৱৰ শান্তি আৰু মানৱতাৰ আদৰ্শ হৃদয়ত ধাৰণ কৰি সহমর্মিতা, সহনশীলতা আৰু মৰমেৰে ভৰা এখন সুন্দৰ আৰু সুন্দৰ সমাজ গঢ়াৰ দিশত একেলগে দৃঢ় পদক্ষেপ গ্ৰহণ কৰোঁ।

বুদ্ধং শৰণং গচ্ছামি 🙏🏻

“बुद्धं शरणं गच्छामि”

आप सभी को बुद्ध पूर्णिमा की हार्दिक शुभकामनाएं🙏

इस पावन अवसर पर भगवान बुद्ध के करुणा, अहिंसा और मध्यम मार्ग के संदेश हम सभी को सत्य, शांति और सद्भाव के पथ पर आगे बढ़ने की प्रेरणा दें।

উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি জনকল্যান সংস্থান (ৰাজস্থান) আৰু তিনিচুকীয়া জিলা মহাকালি চাহ বাগিচা বিবাহ সমিতিৰ সহযো...
28/04/2026

উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতি জনকল্যান সংস্থান (ৰাজস্থান) আৰু তিনিচুকীয়া জিলা মহাকালি চাহ বাগিচা বিবাহ সমিতিৰ সহযোগত সামুহিক বিবাহ সংস্কাৰ অনুষ্ঠানত উপস্থিত থাকো।

স্থান: মহাকালী চাহ বাগিচা জগ্রনাথ প্রেক্ষাগৃহ

তাৰিখ: ২৮ এপ্রিল, ২০২৬ চন (১৪ ব'হাগ) মঙ্গলবাৰ

সমগ্র দেশতে হ'ব এক দেশ, এক নির্বাচন।।২০২৯ চনতে ভংগ হ'ব অসম চৰকাৰ।।৩৩% মহিলা বিধায়ক থাকিব অসম বিধানসভাতনাৰীশক্তি বিধান অধ...
16/04/2026

সমগ্র দেশতে হ'ব এক দেশ, এক নির্বাচন।।
২০২৯ চনতে ভংগ হ'ব অসম চৰকাৰ।।
৩৩% মহিলা বিধায়ক থাকিব অসম বিধানসভাত
নাৰীশক্তি বিধান অধিনিয়ম ২০২৩ ৰ সংশোধন কৰা হব।
৫৪৩ৰ পৰা লোকসভাৰ আসন হ'বগৈ ৮১৬ ,অসমত লোকসভাৰ সমষ্টি ১৪ৰ পৰা বৃদ্ধি হ'ব ২১লৈ। তথা ১২৬ৰ পৰা ১৮৯লৈ বৃদ্ধি পাব অসম বিধানসভাৰ আসন, তাৰে ৬১খন আসন সংৰক্ষিত হ'ব মহিলাৰ বাবে।।
ইমান ভাল সুযোগ-সুবিধা কৰি দিয়াৰ বাবে আমাৰ সন্মানীয় প্ৰধান মন্ত্ৰী শ্ৰীযুত #নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক আমি নাৰীশক্তি বিধানৰ হৈ আপোনাক অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছো 💐🙏

Himanta Biswa Sarma
Bharatiya Janata Party (BJP)
Sarbananda Sonowal
Dilip Saikia
BJP Assam Pradesh
Mamoni Dutta

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই...
14/04/2026

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে...!!

10/04/2026

আজি ঘোষণা হোৱা ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰা প্ৰতিগৰাকী মৰমৰ ছাত্র-ছাত্রীসকললৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ💐💐💐

আজি ভোট প্ৰদানৰ কেন্দ্ৰত আমি সকলো......
09/04/2026

আজি ভোট প্ৰদানৰ কেন্দ্ৰত আমি সকলো......

ৰাইজে নখ জোকাৰিলে নৈ বয়।।        নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি মনোনীত পাৰ্থি  আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত পুলক গোহাঁই ডাঙৰীয়া দ...
07/04/2026

ৰাইজে নখ জোকাৰিলে নৈ বয়।।

নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি মনোনীত পাৰ্থি আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত পুলক গোহাঁই ডাঙৰীয়া দেৱৰ সমৰ্থনত ইটাখুলি মণ্ডল পৰ্যায়ৰ সমুহ কাৰ্যকৰ্তা সকল আৰু ৰাইজৰ সৈতে এক ৰেলীত অংশগ্ৰহন কৰোঁ।
Himanta Biswa Sarma
Sarbananda Sonowal Dilip Saikia Bharatiya Janata Party (BJP) BJP Assam Pradesh

Address

Bisfutia Keyhang Kakojan Gaon. . . . . . . (Bordubi)
Tinsukia
786601

Website

Alerts

Be the first to know and let us send you an email when Sima Gowala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category