24/01/2026
যোৱা ২১ জানুৱাৰী ২০২৬ তাৰিখে জাতীয় গণ মঞ্চৰ কাৰ্যকৰী সভাপতি,অসম মৰাণ সভাৰ কৃষি সম্পাদক আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱৰ অকাল বিগ ঘটে ।আজি জাতীৰ মহাণ ব্যক্তিজনৰ পৰম্পৰাগত নীতিৰে " তিলনী " হৈ যায়। মহান ব্যক্তিজনাৰ পবিত্ৰ মাংগলিক সময়ছোৱাত জাতিটোৰ সংগঠনসমূহৰ লগতে অসমৰ জাতীয় সংগঠন,জনগোষ্ঠীয় সংগঠন,বিদ্যালয়-মহাবিদ্যালয় বিভিন্ন সামাজিক অনুষ্ঠানে তেওঁৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ শোক-বাৰ্তা প্ৰেৰণ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়।