NSUI Tinsukia

NSUI Tinsukia Tinsukia district NSUI

27/02/2026

অসমীয়া জাতি, মাটি, ভেটি আৰু ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে দৰকাৰ কেৱল মাত্ৰ কংগ্ৰেছ চৰকাৰ...

15/02/2026

NSUI Zindabad ✊🏻

তিনিচুকীয়া জিলা NSUI ৰ উদ্যোগত আয়োজন কৰা ছাত্ৰ ই আনিব পৰিবৰ্তন শীৰ্ষক কাৰ্যসূচী। উপস্থিত থাকে অসম ৰাজ্যিক NSUI সভাপতি ...
13/02/2026

তিনিচুকীয়া জিলা NSUI ৰ উদ্যোগত আয়োজন কৰা ছাত্ৰ ই আনিব পৰিবৰ্তন শীৰ্ষক কাৰ্যসূচী। উপস্থিত থাকে অসম ৰাজ্যিক NSUI সভাপতি Kaushik Kashyap Kalita ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক NSUI নেতৃত্বত

গণশিল্পী ৰাজীৱ শদিয়া দেৱৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে তিনিচুকীয়া জিলা NSUI তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰা হয...
13/01/2026

গণশিল্পী ৰাজীৱ শদিয়া দেৱৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে তিনিচুকীয়া জিলা NSUI তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

এগৰাকী ব্যৰ্থ গৰু চুৰ মন্ত্ৰীয়ে জল জীৱন আঁচনি ৰপায়ণৰ ক্ষেত্ৰত অসমক ভাৰতৰ দ্বিতীয় ব্যৰ্থ ৰাজ্যত অন্তৰ্ভুক্ত কৰিলে।ৰাইজ...
22/12/2025

এগৰাকী ব্যৰ্থ গৰু চুৰ মন্ত্ৰীয়ে জল জীৱন আঁচনি ৰপায়ণৰ ক্ষেত্ৰত অসমক ভাৰতৰ দ্বিতীয় ব্যৰ্থ ৰাজ্যত অন্তৰ্ভুক্ত কৰিলে।

ৰাইজৰ ধনৰ শ্ৰাদ্ধ পতা কোনোকালে মানি লোৱা নহব।
আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰী Gaurav Gogoi ডাঙৰীয়া নেতৃত্বত তিনিচুকীয়া জিলাৰ মাকুমত ইয়াৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

আজি সংবিধান দিৱস উপলক্ষে অসম ৰাজ্যিক NSUI ৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলা NSUI ৰ উদ্যোগত  সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ...
26/11/2025

আজি সংবিধান দিৱস উপলক্ষে অসম ৰাজ্যিক NSUI ৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলা NSUI ৰ উদ্যোগত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয় আৰু লগতে সাধাৰণ ৰাইজৰ মাজত প্ৰস্তাৱনা প্ৰদান কৰা হয়।

আজি তিনিচুকীয়া জিলা NSUI ৰ সভাপতি হিচাপে ২য় বাৰৰ বাবে নিযুক্তি লাভ কৰা অৰূপ জ্যোতি কোঁৱৰ (ডেনী) ডাঙৰীয়া ক NSUI কাৰ্যা...
26/11/2025

আজি তিনিচুকীয়া জিলা NSUI ৰ সভাপতি হিচাপে ২য় বাৰৰ বাবে নিযুক্তি লাভ কৰা অৰূপ জ্যোতি কোঁৱৰ (ডেনী) ডাঙৰীয়া ক NSUI কাৰ্যালয়ত তিনিচুকীয়া জিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ আৰু NSUI ৰ সতীৰ্থ সকলে শুভেচ্ছা জ্ঞাপন কৰে

আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ দেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ তিনিচুকীয়া জিলা NSUI তৰফৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰিল...
18/11/2025

আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ দেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ তিনিচুকীয়া জিলা NSUI তৰফৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰিলোঁ লগতে তেখেতৰ প্ৰিয় গছ নাহৰ ৰোপণ কৰা হয় ❤️।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথম জন্ম বাৰ্ষিকীত তেওঁলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনাইছো ❤️🙏🏻Zubeen Garg
18/11/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথম জন্ম বাৰ্ষিকীত তেওঁলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনাইছো ❤️🙏🏻
Zubeen Garg

তিনিচুকীয়া জিলা NSUI ৰ আজি সন্ধিয়া এখন জৰুৰী সভা অনুষ্ঠিত হয়।এই সভাত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
12/11/2025

তিনিচুকীয়া জিলা NSUI ৰ আজি সন্ধিয়া এখন জৰুৰী সভা অনুষ্ঠিত হয়।এই সভাত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

20/10/2025

জুবিন গাৰ্গ দেৱৰ স্বৰ্গগামী হোৱা এমাহ হোৱাৰ উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when NSUI Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share