BJYMTinsukia Town Mandal

BJYMTinsukia Town Mandal 𝗧𝗵𝗲 𝗢𝗙𝗙𝗜𝗖𝗜𝗔𝗟 𝗔𝗖𝗖𝗢𝗨𝗡𝗧 𝗼𝗳 𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔 𝗧𝗼𝘄𝗻 𝗠𝗮𝗻𝗱𝗮𝗹
• 𝘠𝘰𝘶𝘵𝘩 𝘞𝘪𝘯𝘨 𝘉𝘩𝘢𝘳𝘵𝘪𝘺𝘢 𝘑𝘢𝘯𝘢𝘵𝘢 𝘠𝘶𝘷𝘢 𝘔𝘰𝘳𝘤𝘩𝘢 (𝘉𝘑𝘠𝘔)
• 𝘕𝘦𝘸𝘴 | 𝘜𝘱𝘥𝘢𝘵𝘦 | 𝘊𝘢𝘮𝘱𝘢𝘪𝘨𝘯𝘴
• 𝘉𝘦 𝘵𝘩𝘦 𝘤𝘩𝘢𝘯𝘨𝘦 -
(2)

08/09/2026

অসমবাসীৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাদেৱে মানৱতা আৰু সমন্বয়ৰ জয়গানেৰে অসমৰ জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই গৈছে। অসাধাৰণ সংগীত-প্ৰতিভাৰে উজলি ৰোৱা বিশ্ববিশ্ৰুত শিল্পীগৰাকীক আজি পৱিত্ৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

20/08/2026
18/08/2026
नाग पंचमी के पावन अवसर पर  हार्दिक बधाई एवं शुभकामनाएँईश्वर से प्रार्थना है कि यह पावन पर्व सभी के जीवन में नई ऊर्जा, सक...
17/08/2026

नाग पंचमी के पावन अवसर पर हार्दिक बधाई एवं शुभकामनाएँ

ईश्वर से प्रार्थना है कि यह पावन पर्व सभी के जीवन में नई ऊर्जा, सकारात्मकता और मंगल लेकर आए।

सहजता एवं सहृदयता के प्रतीक, राष्ट्रधर्म के निर्भीक प्रहरी, पूर्व प्रधानमंत्री 'भारत रत्न' श्रद्धेय अटल बिहारी वाजपेयी क...
16/08/2026

सहजता एवं सहृदयता के प्रतीक, राष्ट्रधर्म के निर्भीक प्रहरी, पूर्व प्रधानमंत्री 'भारत रत्न' श्रद्धेय अटल बिहारी वाजपेयी की पुण्यतिथि पर भावभीनी श्रद्धांजलि

14/08/2026
 #বিভাজন_বিভীষিকাধৰ্মৰ নামত দেশ বিভাজন হৈ অখণ্ড ভাৰতৰ সভ্যতা, সংস্কৃতিৰ লগতে প্ৰায় ১০ লাখতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়...
14/08/2026

#বিভাজন_বিভীষিকা

ধৰ্মৰ নামত দেশ বিভাজন হৈ অখণ্ড ভাৰতৰ সভ্যতা, সংস্কৃতিৰ লগতে প্ৰায় ১০ লাখতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া সেই বিভাজনকাৰী শক্তি সমূহ কোন আছিল ? কাৰ ভুলৰ বাবে দেশ বিভাজন হৈ লাখ লাখ লোক মৃত্যু মুখত পৰিল ? নিজৰ দেশ, ঘৰ, মাটি একে ৰাতিৰ ভিতৰতে অচিনাকী হ'ল ৷ এইবোৰ কথা সকলোৱেই জনাতো উচিত ৷

আজি বিভাজন বিভীষিকাৰ স্মৃতি দিৱসত দেশ বিভাজনৰ সময়ত প্ৰাণ আহুতি দিয়া সকলক ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷

Dilip Saikia
BJP Assam Pradesh

13/08/2026

Address

Tinsukia
786125

Alerts

Be the first to know and let us send you an email when BJYMTinsukia Town Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share