শৰৎ কুমাৰ গগৈ

শৰৎ কুমাৰ গগৈ * প্ৰতিষ্ঠাপক আহ্বায়ক,
সামাজিক মাধ্যম কোষ,
বিজেপি যোৰহাট জিলা।
* স্বত্বাধিকাৰ,'প্ৰিণ্ট-টেক্'

সকলোৰে সহযোগিতা কৰক
23/08/2026

সকলোৰে সহযোগিতা কৰক

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ দিনটোত ভাৰতৰ মহাকাশ বিজ্ঞানীসকলৰ ত্যাগ আৰু অৱদানৰ প্ৰতি সন্মান জনাইছোঁ। ভাৰতৰ মহাকাশ গৱেষণাৰ বিভি...
23/08/2026

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ দিনটোত ভাৰতৰ মহাকাশ বিজ্ঞানীসকলৰ ত্যাগ আৰু অৱদানৰ প্ৰতি সন্মান জনাইছোঁ। ভাৰতৰ মহাকাশ গৱেষণাৰ বিভিন্ন সফলতাই ইতিহাস ৰচনা কৰিছে। চন্দ্ৰযান-৩ৰ দৰে বহু সফলতাই ভাৰতবাসীক সদায় গৌৰৱান্বিত কৰিছে।

সুপ্ৰভাত আপুনি সফলতা পাবলৈ লক্ষ্য স্থিৰ কৰক, পৰিকল্পনা কৰক, নিয়মিত চেষ্টা অব্যাহত ৰাখক।।   ゚viralシ
23/08/2026

সুপ্ৰভাত
আপুনি সফলতা পাবলৈ লক্ষ্য স্থিৰ কৰক, পৰিকল্পনা কৰক, নিয়মিত চেষ্টা অব্যাহত ৰাখক।।


゚viralシ

মেঘালয়ত প্ৰতিবছৰে কাৰ প্ৰৰোচনাত এনে হয় -
22/08/2026

মেঘালয়ত প্ৰতিবছৰে কাৰ প্ৰৰোচনাত এনে হয় -

সুপ্ৰভাত, ইতিবাচক চিন্তা, ভাল কাম আৰু আন্তৰিক বিশ্বাস, সফলতাৰ চাবিকাঠি। দিনটো সকলোৰে মঙ্গল হওঁক।
14/08/2026

সুপ্ৰভাত, ইতিবাচক চিন্তা, ভাল কাম আৰু আন্তৰিক বিশ্বাস, সফলতাৰ চাবিকাঠি। দিনটো সকলোৰে মঙ্গল হওঁক।


সুপ্ৰভাতনতুন দিন, নতুন আশাইতিবাচক চিন্তা আৰুভাল কাৰ্যই জীৱনসুন্দৰ কৰি তোলে ....
07/08/2026

সুপ্ৰভাত
নতুন দিন, নতুন আশা
ইতিবাচক চিন্তা আৰু
ভাল কাৰ্যই জীৱন
সুন্দৰ কৰি তোলে ....

কালিলৈকে যিগৰাকী অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰিছিল, আজি সেইগৰাকী সতীৰ্থ বি...
04/08/2026

কালিলৈকে যিগৰাকী অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰিছিল, আজি সেইগৰাকী সতীৰ্থ বিধায়কেই হঠাতে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। শিৱসাগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মোদ্যম আৰু সাহসিকতা প্ৰত্যক্ষ কৰি অখিল গগৈয়ে অকপতে স্বীকাৰ কৰে।
"জনতাৰ বাবে সমৰ্পিত এক যাত্ৰা, ৰাজনৈতিক মতাদৰ্শৰ ভিন্নতা থকা স্বত্বেও বিৰোধী শিবিৰৰ এগৰাকী প্ৰবল সমালোচকে এইদৰে প্ৰশংসা কৰাটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ৰ প্ৰতিটো পদক্ষেপে দল-মত নিৰ্বিশেষে সকলোকে স্পৰ্শ কৰিছে।
সংকটৰ সময়ত শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই আহি এনেদৰে পানীত নামি জনসাধাৰণৰ দুখ-কষ্টৰ বুজ লোৱা কাৰ্যই তেওঁৰ সৰলতা আৰু কৰ্তব্য পৰায়ণতাকে প্ৰতিফলিত কৰে। জনসাধাৰণ আৰু দেশৰ সামগ্ৰিক কল্যাণৰ বাবে উৎসৰ্গিত তেওঁৰ এই অন্তহীন যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক।


#বানসাহায্য



04/08/2026

মুখ্যমন্ত্ৰীয়ে ক'লে, "এটি প্রশ্ন মোক সুধিলে আৰু এটি প্রশ্ন ময়ো সুধিলোঁ।"


#বানসাহায্য

04/08/2026

মানুহে মানুহৰ বাবে...
বান পীড়িতৰ মাজত মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়া।


#বানসাহায্য

Address

Lachit Nagar
Titabar
785630

Alerts

Be the first to know and let us send you an email when শৰৎ কুমাৰ গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to শৰৎ কুমাৰ গগৈ:

Shortcuts

Share

Category