BJYM, Titabar Mandal

BJYM, Titabar Mandal Official page of Bharatiya Janata Yuva Morcha, Titabar Mandal

যুৱ শক্তি মহান শক্তি🚩তুৰুং পঞ্চায়তত অনুষ্ঠিত হোৱা চোতাল বৈঠকত অংশগ্ৰহণ কৰাৰ মুহূৰ্তত।BJYM,Titabar MandalHimanta Biswa Sa...
29/03/2026

যুৱ শক্তি মহান শক্তি🚩

তুৰুং পঞ্চায়তত অনুষ্ঠিত হোৱা চোতাল বৈঠকত অংশগ্ৰহণ কৰাৰ মুহূৰ্তত।

BJYM,Titabar Mandal

Himanta Biswa Sarma BJYM Assam

আজি সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত   ডাঙৰীয়া, যোৰহাট জিলা বিজেপিৰ সন্মানীয় সভাপতি শ্ৰীযুত   ডাঙৰীয়া আৰু সন্মানীয় সাং...
28/03/2026

আজি সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ডাঙৰীয়া, যোৰহাট জিলা বিজেপিৰ সন্মানীয় সভাপতি শ্ৰীযুত ডাঙৰীয়া আৰু সন্মানীয় সাংসদ শ্ৰীযুত Kamakhya Prasad Tasa ডাঙৰীয়াৰ উপস্থিতিত বোকাহোলা খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ বুথ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰা হয়।

উক্ত কার্যসূচীত উপস্থিত থকা দলৰ মূল শক্তিস্বৰূপ বুথ সমিতিসমূহৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি এখন বিকশিত আৰু প্ৰগতিশীল তিতাবৰ গঢ়াৰ বাবে সকলোৱে একেলগে দৃঢ় সংকল্প গ্ৰহণ কৰে।

📍তিতাবৰ বিধানসভা সমষ্টি।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

যুৱ শক্তি মহান শক্তি 🚩বিৰিণাশায়েক পঞ্চায়তৰ অন্তৰ্গত ১১৮ নং বুথত জিলা সভাপতিৰ উপস্থিতিত অনুষ্ঠিত হোৱা চোতাল বৈঠকত  অংশগ...
27/03/2026

যুৱ শক্তি মহান শক্তি 🚩
বিৰিণাশায়েক পঞ্চায়তৰ অন্তৰ্গত ১১৮ নং বুথত জিলা সভাপতিৰ উপস্থিতিত অনুষ্ঠিত হোৱা চোতাল বৈঠকত অংশগ্ৰহণ কৰাৰ মুহূৰ্তত।
BJYM Titabar Mandal

Himanta Biswa Sarma Dilip Saikia BJYM Assam

*যুৱ শক্তি ৰাষ্ট্ৰীয় শক্তি🚩*তিতাবৰ সমষ্টিৰ চাৰিওটা মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আগন্তুক বিধান সভা নিৰ্বাচন বিষয়ে যুৱ মৰ্চা...
21/03/2026

*যুৱ শক্তি ৰাষ্ট্ৰীয় শক্তি🚩*
তিতাবৰ সমষ্টিৰ চাৰিওটা মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আগন্তুক বিধান সভা নিৰ্বাচন বিষয়ে যুৱ মৰ্চাৰ সতীৰ্থ সকলৰ লগত বিশেষ আলোচনা কৰা হয় ।
উক্ত সভাত উপস্থিত থাকে ১০২ নং তিতাবৰ বিধানসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী ধীৰাজ গোৱলা ডাঙৰীয়া, যুৱ মৰ্চাৰ জিলা সভাপতি দীপ কলিতা ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তৃদ্বীপ গগৈ ডাঙৰীয়া , উপ সভাপতি পৰীক্ষিত বৰা ডাঙৰীয়া, উপ সভাপতি গৌতম বৰা ডাঙৰীয়া ।

Himanta Biswa Sarma
Dilip Saikia
BJYM Assam☑️

Address

Titabar

Website

Alerts

Be the first to know and let us send you an email when BJYM, Titabar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share