বীৰ লাচিত সেনা অসম, বেকাজান শাখা

  • Home
  • India
  • Titabar
  • বীৰ লাচিত সেনা অসম, বেকাজান শাখা

বীৰ লাচিত সেনা অসম, বেকাজান শাখা বীৰ লাচিত সেনা অসম

“বীৰ লাচিত সেনা অসম, বেকাজান শাখাসমিতিৰ উদ্যোগত,  বিগত দুই বছৰৰ দৰে এইবাৰো অৰ্থাৎ তৃতীয় বাৰ্ষিক দিবা-নৈশ টেনিছ বল ক্ৰিক...
22/12/2025

“বীৰ লাচিত সেনা অসম, বেকাজান শাখাসমিতিৰ উদ্যোগত, বিগত দুই বছৰৰ দৰে এইবাৰো অৰ্থাৎ তৃতীয় বাৰ্ষিক দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন অহা ইং ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠান সফল কৰিবলৈ সকলোৰে সহায়-সহযোগিতা আন্তৰিকভাৱে কামনা কৰা হৈছে।”

12/10/2025

নমস্কাৰ,
বীৰ লাচিত সেনা অসম, বেকাজান শাখাসমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো আৰু আগন্তুক পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলো জ্ঞাত যে আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা আজি ২৪টা দিন পাৰ হৈ যোৱা পাছতো জুবিন দাৰ পক্ষে আমি ন্যায় পোৱা নাই। সেই উদেশ্যে ৰাইজক আহ্বান কৰোঁ আপোনালোকে ফটকা ফুটোৱা,আতচবাজী নকৰি চাকি বন্তি জ্বলাই জুবিন দাৰ ন্যায় পক্ষে এটি শান্তিপূৰ্ণ দিপাৱলী উদযাপন কৰে যেন।
জয় আই অসম✊🏻জয় জুবিন দা

সকলোৰে গৃহত সন্ধ্যা এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনালো ।
20/09/2025

সকলোৰে গৃহত সন্ধ্যা এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনালো ।

08/08/2025

বীৰ লাচিত সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি বীৰ লাচিত সেনা অসম তিতাবৰ সমষ্টিৰ অন্তৰ্গত বৰহোলা অঞ্চলত প্ৰায় ৪ শতাধিক যুৱক যুৱতীয়ে বীৰ লাচিত সেনা অসমত আনুষ্ঠানিক ভাৱে যোগদান কৰে। সকলোকে বীৰ লাচিত সেনা অসমৰ পবিত্ৰ মজিয়ালৈ আদৰণি জনাইছোঁ।
জয় আই অসম ✊🏻

বৰহোলা অঞ্চলত যদি মিয়া থকা কোনোবাই গম পাইছে তেন্তে অমাৰ লগত  যোগাযোগ কৰক । 6002918131, 8135926940
04/08/2025

বৰহোলা অঞ্চলত যদি মিয়া থকা কোনোবাই গম পাইছে তেন্তে অমাৰ লগত যোগাযোগ কৰক ।
6002918131, 8135926940

বৰহোলাৰ নিবাসী...... কেন্সাৰ ৰুগীৰ বাবে বীৰ লাচিত সেনা অসম বেকাজান শাখাসমিতৰ তৰফৰ পৰা আজি চাৰি ইউনিত ব্লাড যোগান ধৰা হয়...
01/08/2025

বৰহোলাৰ নিবাসী......
কেন্সাৰ ৰুগীৰ বাবে বীৰ লাচিত সেনা অসম বেকাজান শাখাসমিতৰ তৰফৰ পৰা আজি চাৰি ইউনিত ব্লাড যোগান ধৰা হয় ।

🛑 নগা পাহাৰৰ অবৈধ কয়লা খননৰ ফলত বেকাজান অঞ্চল বিপদত!বেকাজান অঞ্চলৰ বহু কৃষকে বৰ্তমান সময়ত চৰম বিপদৰ সন্মুখীন। নগা পাহা...
20/07/2025

🛑 নগা পাহাৰৰ অবৈধ কয়লা খননৰ ফলত বেকাজান অঞ্চল বিপদত!

বেকাজান অঞ্চলৰ বহু কৃষকে বৰ্তমান সময়ত চৰম বিপদৰ সন্মুখীন। নগা পাহাৰৰ পৰা অবৈধভাৱে খনন কৰা কয়লা, বেকাজান নদীৰ জলপথেৰে কঢ়িয়াই অনা ঘেল-বালি আৰু অবশিষ্ট ধ্বংসাবশেষে বহু খেতি পথাৰ একেবাৰে পুটি পেলাইছে।

🌾 এই ক্ষতিত বহু কৃষকৰ জীৱন কষ্টকৰ হৈ পৰিছে। তেওঁলোকৰ অন্ন-সংস্থাপন হেৰুৱাৰ উপক্রম হৈছে।

❓ চৰকাৰ, প্ৰশাসন আৰু স্থানীয় বিধায়ক/সংসদ সদস্যৰ পৰা আমাৰ প্ৰশ্ন:

1. এই অবৈধ খননৰ ওপৰত কিয় এতিয়াও কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল?

2. ক্ষতিগ্রস্ত কৃষকসকলৰ পুনৰবাসন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কেতিয়া লোৱা হ’ব?

3. বেকাজান নদীৰ এই ধ্বংসাত্মক পৰিবর্তনৰ ৰোধৰ বাবে কিহৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব?

📢 আমি জনসাধাৰণ এই অনিয়মৰ বিৰুদ্ধে একত্ৰ হ’লো। আপোনালোকৰ সকলো এই বিষয়ে সজাগ হওঁক, শ্বেয়াৰ কৰক।

01/06/2025

Address

BEKAJAN
Titabar

Website

Alerts

Be the first to know and let us send you an email when বীৰ লাচিত সেনা অসম, বেকাজান শাখা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category