We Support Arjun Daimari

We Support Arjun Daimari সম উন্নয়ন, সম বিকাশ, BTC ত এইবাৰ দুৰ্নীতি মুক্ত বিজেপি চৰকাৰ,

শ্ৰী অৰ্জুন দৈমাৰী জিন্দাবাদ✊🏻ৰাইজেই যেতিয়া তেওঁৰ পক্ষত আছে,বিজয় নিশ্চিতভাৱে তেওঁৰ,বিজয় নিশ্চিতভাৱে খালিংদুৱাৰৰ জনতাৰ৷Ar...
17/09/2025

শ্ৰী অৰ্জুন দৈমাৰী জিন্দাবাদ✊🏻

ৰাইজেই যেতিয়া তেওঁৰ পক্ষত আছে,
বিজয় নিশ্চিতভাৱে তেওঁৰ,
বিজয় নিশ্চিতভাৱে খালিংদুৱাৰৰ জনতাৰ৷

Arjun Daimari Khalingduar

10/09/2025

খালিংদুৱাৰত এইবাৰ আহি আছে আমাৰ শ্ৰদ্ধাৰ অৰ্জুন দৈমাৰী৷আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ৷

ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ৷অৰ্জুন দৈমাৰী জিন্দাবাদ৷
09/09/2025

ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ৷
অৰ্জুন দৈমাৰী জিন্দাবাদ৷


“আনিব পৰিৱৰ্তন আঁতৰিব দুৰ্নীতিখালিংদুৱাৰত এইবাৰ অৰ্জুন দৈমাৰী”বিগত বছৰবোৰত খালিংদুৱাৰবাসীয়ে পালে কেৱল মিছা প্ৰতিশ্ৰুতি আ...
04/09/2025

“আনিব পৰিৱৰ্তন আঁতৰিব দুৰ্নীতি
খালিংদুৱাৰত এইবাৰ অৰ্জুন দৈমাৰী”

বিগত বছৰবোৰত খালিংদুৱাৰবাসীয়ে পালে কেৱল মিছা প্ৰতিশ্ৰুতি আৰু দুৰ্নীতি৷ সেয়েহে ৰাইজে দুনাই সেই ভূল আৰু নকৰে৷
আমাৰ সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত আমি এইবাৰ খালিংদুৱাৰত অৰ্জুন দৈমাৰীদেৱক বিচাৰোঁ৷

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Khalingduar Mandal

03/09/2025

বিটিচি নিৰ্বাচনত ৩৪নং খালিং দুৱাৰ (ST) পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত অৰ্জুন দৈমাৰী ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

03/09/2025

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ বিপুল উছাহ আৰু সঁহাৰিয়ে আমাক সঁচাকৈয়ে অভিভূত কৰিলে৷জনতা জনাৰ্দনৰ শক্তিৰেই আমাৰ বিজয় নিশ্চিত৷

Address

Udalguri

Alerts

Be the first to know and let us send you an email when We Support Arjun Daimari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to We Support Arjun Daimari:

Share