কেন্দুকলাই সাহিত্য সমাজ , শতদল শাখা, কলাইগাওঁ,ওদালগুৰি

  • Home
  • India
  • Udalguri
  • কেন্দুকলাই সাহিত্য সমাজ , শতদল শাখা, কলাইগাওঁ,ওদালগুৰি

কেন্দুকলাই সাহিত্য সমাজ , শতদল শাখা, কলাইগাওঁ,ওদালগুৰি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কেন্দুকলাই সাহিত্য সমাজ , শতদল শাখা, কলাইগাওঁ,ওদালগুৰি, Social service, kalaigaon town . infront of Police station, Udalguri.

অসমীয়া সাহিত্য-সংস্কৃতি হৈ কাম কৰা আৰু সাহিত্যৰ ভেটি টনকিয়াল কৰা প্ৰধান আৰু একমাত্ৰ লক্ষ্য। অসম সাহিত্য সভাৰ অন্যতম শতদল শাখা কেন্দুকলাই সাহিত্য সমাজৰ প্ৰচাৰ আৰু প্ৰসাৰ উদ্দেশ্য এই পেজটিৰ সংযোজন কৰা হৈছে। সকলোৰে সহযোগিতা কামনা কৰিলোঁ । 🙏🙏

কেন্দুকলাই সাহিত্য সমাজৰ এগৰাকী  সক্ৰিয় সদস্য শ্ৰী পংকজ হাজৰিকা দেৱৰ ভগ্নী ডালিমী হাজৰিকাৰ বিয়োগৰ খবৰ লবলৈ আমিবোৰ । লগ...
31/08/2026

কেন্দুকলাই সাহিত্য সমাজৰ এগৰাকী সক্ৰিয় সদস্য শ্ৰী পংকজ হাজৰিকা দেৱৰ ভগ্নী ডালিমী হাজৰিকাৰ বিয়োগৰ খবৰ লবলৈ আমিবোৰ । লগতে এটি শোকপ্ৰস্তাৱ এটি প্ৰদান কৰা হয় । ওম শান্তি

প্ৰতিদিন সেৱা কাকতৰ জ্যেষ্ঠ সংবাদসেৱী  শ্ৰী ধ্ৰুৱ চহৰীয়া দাদালৈ আন্তৰিক  ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
19/08/2026

প্ৰতিদিন সেৱা কাকতৰ জ্যেষ্ঠ সংবাদসেৱী শ্ৰী ধ্ৰুৱ চহৰীয়া দাদালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

ইংৰাজী ১৬ আগষ্ট,২০২৬ খ্ৰীষ্টাব্দ ,দেওবাৰে কলাইগাও চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সভাগৃহত ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত ক...
18/08/2026

ইংৰাজী ১৬ আগষ্ট,২০২৬ খ্ৰীষ্টাব্দ ,দেওবাৰে কলাইগাও চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সভাগৃহত ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত কেন্দুকলাই সাহিত্য সমাজৰ আতিথ্যত '' আকাশ " উপসমিতিৰ জিলা ভিত্তিক বিচিত্ৰা অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানটি প্ৰায় দুই শতাধিক সন্মানীয় মহিলাৰ উপস্থিতিত সফল ভাবে অনুষ্ঠিত হৈ যায় । তাৰেই কেইটামান মূহুৰ্ত সাঁচি ৰাখিলোঁ ।।

শ্ৰদ্ধা সহকাৰে দেৰিকৈ হলেও সাঁচি ৰাখিলোঁ 🙏🙏৭ আগষ্ট , ২০২৬ খ্ৰীষ্টাব্দ
18/08/2026

শ্ৰদ্ধা সহকাৰে দেৰিকৈ হলেও সাঁচি ৰাখিলোঁ 🙏🙏
৭ আগষ্ট , ২০২৬ খ্ৰীষ্টাব্দ

সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ।।🙏🙏
04/08/2026

সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ।।🙏🙏

একাজঁলি শ্ৰদ্ধাঞ্জলি   এগৰাকী সমাজ হিতৈষী ব্যক্তি ,বিশিষ্ট সমাজকৰ্মী ,মুখ্যমন্ত্ৰী সমাজসেৱাৰ উৎকৃষ্ট বঁটা প্ৰাপক ,অসম সা...
04/08/2026

একাজঁলি শ্ৰদ্ধাঞ্জলি
এগৰাকী সমাজ হিতৈষী ব্যক্তি ,বিশিষ্ট সমাজকৰ্মী ,মুখ্যমন্ত্ৰী সমাজসেৱাৰ উৎকৃষ্ট বঁটা প্ৰাপক ,অসম সাহিত্য সভাৰ আজীৱন সভ্য , কেন্দুকলাই সাহিত্য সমাজৰ উপদেষ্টা , কেন্দুকলাই সাহিত্য বঁটা প্ৰাপক (২০১৮) , বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰি ধৰোতা প্ৰয়াত কমিৰাম চহৰীয়া লৈ কেন্দুকলাই সাহিত্য সমাজৰ তৰফৰ পৰা একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।।🙏🙏

অহাকালি সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ 🙏🙏
31/07/2026

অহাকালি সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ 🙏🙏

কেন্দুকলাই সাহিত্য সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত  ওদালগুৰি জিলা সাহিত্য সভাৰ পূৰ্ণকালীন দ্বি- বাৰ্ষিক অধিবেশনখন কলাইগাও...
28/07/2026

কেন্দুকলাই সাহিত্য সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি জিলা সাহিত্য সভাৰ পূৰ্ণকালীন দ্বি- বাৰ্ষিক অধিবেশনখন কলাইগাওত অনুষ্ঠিত হব । সেয়ে অহা ১ আগষ্ট , শনিবাৰে চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সভাগৃহত এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে । সেয়ে সকলো ৰাইজৰ উপস্থিতি আৰু দিহা - পৰামৰ্শ কামনা কৰিলোঁ । ধন্যবাদ ।।

সন্মানীয়া ৰাজহ চক্ৰ বিষয়া  ডা: প্ৰিয়ঙ্কা বণিয়া বাইদেউক সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে আগন্তুক জিলা সাহিত্য সভাৰ পূৰ্ণাঙ...
28/07/2026

সন্মানীয়া ৰাজহ চক্ৰ বিষয়া ডা: প্ৰিয়ঙ্কা বণিয়া বাইদেউক সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে আগন্তুক জিলা সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন খনৰ বিষয়ে অৱগত কৰা হয় । লগতে তেখেতক অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ খন প্ৰদান কৰা হয় । তেখেতলৈ আমাৰ সমাজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয় ।।

বানাক্ৰান্ত ৰাইজৰ সেৱাত ওদালগুৰি জিলা সাহিত্য সভাৰ বিশেষ উদ্যোগ কেন্দুকলাই সাহিত্য সমাজৰ সহযোগত   । জিলাৰ সন্মানীয় সম্প...
27/07/2026

বানাক্ৰান্ত ৰাইজৰ সেৱাত ওদালগুৰি জিলা সাহিত্য সভাৰ বিশেষ উদ্যোগ কেন্দুকলাই সাহিত্য সমাজৰ সহযোগত । জিলাৰ সন্মানীয় সম্পাদক মাননীয় শ্ৰী দিবাকৰ বৰা, কেন্দুকলাই সাহিত্য সমাজৰ সভাপতি/ সম্পাদক , শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সন্মানীয় সভাপতি / সম্পাদক , মাননীয় তৰুণ আজাদ ডেকা , শ্ৰী প্ৰতাপ চন্দ্ৰ ভট্টাচাৰ্য্য, কলাইগাও থানাৰ উপপৰিদৰ্শক শ্ৰী অংকুৰ জ্যোতি দাস সমন্বিতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বানাক্ৰান্ত ৰাইজৰ সেৱাত বিশেষ উদ্যোগ গ্ৰহণ কৰা হয় । তাৰেই কেইটামান মূহুৰ্ত সাঁচি ৰাখিলোঁ ।।।

Address

Kalaigaon Town . Infront Of Police Station
Udalguri
784525

Website

Alerts

Be the first to know and let us send you an email when কেন্দুকলাই সাহিত্য সমাজ , শতদল শাখা, কলাইগাওঁ,ওদালগুৰি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category