01/09/2026
হাতী আৰু মানুহৰ মাজত হোৱা সংঘাত কেতিয়া বন্ধ হ'ব...???
না এই সংঘাত অনবৰতে চলি থাকিব.....??
সংঘাতৰ পিছত কিছু সংখ্যক নেতা কেৱল মাত্ৰ টছ লাইট হে বিতৰণ কৰিব নেকি..? সমস্যাৰ স্থায়ী সমাধান নহ'ব নেকি...?
ভাৰত ভূটান সীমান্ত বামুনজুলি অঞ্চলত বসবাস কৰা লোক সকলে প্ৰতিবছৰে হাতী আৰু মানুহৰ মাজত হোৱা সংঘাতত নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হ'ব নেকি...? এই প্ৰশ্নসমূহ সামাজিক মাধ্যমৰ জৰিয়তে উত্থাপন কৰিছোঁ......।
ৰাইজৰ ওচৰত প্ৰতিটো সমস্যা ঠিয় থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া নেতাসকলৰ পৰা উত্তৰ পায় বুলি আশা ৰাখিলোঁ.....।
___ We Support Sumit Nayak