15/07/2026
Glimpses of Fever Surveillance Activities in Baksa District
Active fever surveillance is being carried out across Baksa District to ensure early detection, prompt diagnosis, and timely treatment of fever cases. Health teams are conducting house-to-house visits, screening suspected cases, creating community awareness, and strengthening disease surveillance to prevent the spread of vector-borne diseases and other febrile illnesses.
বাক্সা জিলাৰ বিভিন্ন অঞ্চলত আগতীয়াকৈ জ্বৰ ৰোগী চিনাক্তকৰণ, সময়মতে পৰীক্ষা আৰু চিকিৎসা নিশ্চিত কৰাৰ উদ্দেশ্যে সক্ৰিয় জ্বৰ নিৰীক্ষণ কাৰ্যসূচী অব্যাহত আছে। স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ জ্বৰ ৰোগী চিনাক্তকৰণ, স্বাস্থ্য সজাগতা সৃষ্টি আৰু ৰোগ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ কাম কৰি আছে।
Derhashat Basumatary EM, BTC National Health Mission,Assam