Udalguri Cha Janagusthi Morcha, BJP

Udalguri Cha Janagusthi Morcha, BJP BTR Needs BJP for its Peace, Prosperity And Development

10/11/2026
চাহ জনগোষ্ঠী মৰ্চা, অসম বিজেপিৰ নিৰ্দেশমৰ্মে অসমৰ বিভিন্ন জিলাত জিলা ভিত্তিক ভাৰতৰ স্বাধীনতা সংগ্ৰামী "বীৰ বিৰছা মুণ্ডা"...
10/11/2026

চাহ জনগোষ্ঠী মৰ্চা, অসম বিজেপিৰ নিৰ্দেশমৰ্মে অসমৰ বিভিন্ন জিলাত জিলা ভিত্তিক ভাৰতৰ স্বাধীনতা সংগ্ৰামী "বীৰ বিৰছা মুণ্ডা" ৰ জন্ম জয়ন্তী পালন হ'ব।
উদালগুৰি জিলা চাহ জনগোষ্ঠী মৰ্চা ৰ উদ্যোগত অহা ১৪ আৰু ১৫ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে মাজবাটৰ কচুৰাবাৰীত "বীৰ বিৰছা মুণ্ডা দিৱস" পালন কৰা হ'ব ।
গতিকে সকলোৰে সহযোগিতা কামনা কৰিলোঁ।

ইতি,
খগেন তাঁন্তী
সভাপতি
উদালগুৰি জিলা সমিতি
চাহ জনগোষ্ঠী মৰ্চা, বিজেপি

Himanta Biswa Sarma
Dilip Saikia
Bikan Chandra Deka
Ajoy Kumar Hazarika
Dulen Nayak
Khagen Tati
Sanjit Tanti

Patharbaji, Golibari ki jagah Diya Bati awr Patakhe baji. Diwali Celebration in Kashmir.This is what the BJP is doing fo...
10/11/2026

Patharbaji, Golibari ki jagah Diya Bati awr Patakhe baji. Diwali Celebration in Kashmir.

This is what the BJP is doing for the Country.

  উদালগুৰি‌ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সন্মানীয় Khagen Tati ডাঙৰীয়াৰ বাসগৃহত আজি "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ অধীনত স...
12/08/2026



উদালগুৰি‌ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সন্মানীয় Khagen Tati ডাঙৰীয়াৰ বাসগৃহত আজি "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ অধীনত সসন্মানেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

Himanta Biswa Sarma
Dilip Saikia
Bikan Chandra Deka
Ajoy Kumar Hazarika
Dulen Nayak
Sanjit Tanti

BJP Assam Pradesh
BJP Udalguri District

ভাৰতীয় জনতা পাৰ্টি, উদালগুৰিজিলা সমিতিৰ সভাপতি সন্মানীয় Ajoy Kumar Hazarika দেৱৰ অনুমোদন মৰ্মে উদালগুৰি চাহ জনগোষ্ঠী ম...
03/08/2026

ভাৰতীয় জনতা পাৰ্টি, উদালগুৰিজিলা সমিতিৰ সভাপতি সন্মানীয় Ajoy Kumar Hazarika দেৱৰ অনুমোদন মৰ্মে উদালগুৰি চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সন্মানীয় Khagen Tati ডাঙৰীয়াই জিলা অন্তৰ্গত ছয় টা মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সকলক নিযুক্তি প্ৰদান কৰে।
সকলো নৱ নিযুক্ত সভাপতি সকললৈ চাহ জনগোষ্ঠী মৰ্চা উদালগুৰি জিলা সমিতি‌ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হ'ল।

Himanta Biswa Sarma
Dilip Saikia
Bikan Chandra Deka
Dulen Nayak
Sanjit Tanti
BJP Assam Pradesh
BJP Udalguri District

26/07/2026

এতিয়া CJP য়ে কংগ্রেছ আৰু আপ ৰ চৰকাৰ থকা দুটা ৰাইজৰ শিক্ষা মন্ত্ৰীৰ পদত্যাগ বিচাৰিব নে?
এতিয়া CJP কাৰণে
"আগে খাই, পিছে কুৱা" ধৰণৰ পৰিস্থিতি

দেশৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰতি ভাবুকিৰ প্ৰতি লক্ষ্য কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যি ত্যাগ স্বীকাৰ কৰিলে তাৰ বাবে তেখ...
25/07/2026

দেশৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰতি ভাবুকিৰ প্ৰতি লক্ষ্য কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যি ত্যাগ স্বীকাৰ কৰিলে তাৰ বাবে তেখেতলৈ সশ্রদ্ধ প্ৰণাম জনালোঁ।

২০৪৭ চনৰ বিকশিত ভাৰতৰ সংকল্প যুৱ প্ৰজন্মৰ অংশগ্ৰহণ অবিহনে সম্পূৰ্ণ নহয়। যুৱ প্ৰজন্মৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগৰ জৰিয়তে যি বলিষ্ঠ তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ এই সমৰ্পন সঁচাকৈয়ে প্ৰশংসনীয়। দেশৰ শৈক্ষিক ক্ষেত্ৰখনৰ সংস্কাৰৰ দিশতো তেখেতৰ অৱদান স্মৰণীয় হৈ ৰ'ব। প্ৰভু জগন্নাথে অনাগত দিনবোৰত তেখেতক অধিক উদ্যমেৰে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ শক্তি প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ।

Address

Delhi

Website

Alerts

Be the first to know and let us send you an email when Udalguri Cha Janagusthi Morcha, BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share